নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত নাওঘুলীত বহুপথাৰ শ্ৰীশ্ৰী নীলকন্ঠ মন্দিৰ সমিতিৰ উদ্যোগত নাওঘুলী বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈছে যোগাসন কৰ্মশালা ৷ বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ সময়চোৱাত নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নাওঘুলীতো যোৱা ৩ জুলাই পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হৈছে এমহীয়া যোগাসন প্ৰশিক্ষণ কৰ্মশালা ৷ আজি শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকী কৰ্মশালাখনত উপস্থিত থাকি শিশুসকলৰ মনোবল বৃদ্ধি কৰে ৷ শিমলুগুৰি অঞ্চলৰ কেইবাজনো যোগ গুৰুৱে প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ শিশুসকলৰ শাৰিৰীক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই যোগাসন কৰ্মশালা অনুষ্ঠিত কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: 'कांग्रेस ने आजादी को खत्म किया था' इमरजेंसी की बरसी पर PM Modi का ट्वीट
Breaking News: 'कांग्रेस ने आजादी को खत्म किया था' इमरजेंसी की बरसी पर PM Modi का ट्वीट
પાલીતાણા હસ્તગિરી ખાતે સફાય અભિયાન હાથ ધરવામાં આવ્યું
પાલીતાણા હસ્તગિરી ખાતે સફાય અભિયાન હાથ ધરવામાં આવ્યું
'न जलभराव होगा..ना सड़कें टूटेंगी', 5 साल में बदल जाएगा नक्शा, राज्यवर्धन राठौड़ ने तैयार किया मास्टरप्लान
कैबिनेट मंत्री राज्यवर्धन सिंह राठौड़ ने झोठवाडा विधानसभा में ड्रेनेज सिस्टम पर एक्शन प्लान बनाया...
মন্ত্ৰীৰ নাম লৈ অবৈধ কাম কৰি থকা সকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হবলৈ মৰাণত আহ্বান মন্ত্ৰী যোগেন মহনৰ
মন্ত্ৰীৰ নাম লৈ অবৈধ কাম কৰি থকা সকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হবলৈ মৰাণত আহ্বান মন্ত্ৰী যোগেন মহনৰ
BSP सुप्रीमो Mayawati के Tweet के बाद Keshav Prasad Maurya का बड़ा बयान | Uttar Pradesh
BSP सुप्रीमो Mayawati के Tweet के बाद Keshav Prasad Maurya का बड़ा बयान | Uttar Pradesh