মাজুলীৰ কমলাবাৰী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত আজি বিয়লী ব্যতিক্ৰমী ভাৱে প্ৰজ্ঞা ফাউণ্ডেচনে 'গুৰু পূজন' অনুষ্ঠান অনুষ্ঠিত কৰে ৷ 

 মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা ২৫ গৰাকী গুৰুক   সন্মুখত বঢ়োৱাই ছাত্ৰী সকলে  থালত বন্তি লৈ  গুৰুক আৰাধনা কৰি  সেৱাৰে অঘ্য যঁচা দৃশ্যই গুৰু সকলৰ মন প্ৰফুল্লিত কৰি তুলে ৷ গুৰু শিষ্যৰ মহান সম্পৰ্কৰ চানেকীৰে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু ,গুৰু দেৱ মহেশ্বৰ এই বাক্যশাৰীৰ স্বাচ্ছন্দ্য প্ৰতিফলন ঘটাই প্ৰজ্ঞা ফাউণ্ডেচনে