ধেমাজি জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান চিচিবৰগাওঁ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহখনি অনুষ্ঠিত কৰা হয় । পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয় সমাৰোহৰ কাৰ্যসূচী । ইয়াৰ পিছতে মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্র-ছাত্ৰীসকলে সমাৰোহত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক ফুলাম গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয় । বিভাগৰ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে সজীৱ কৰি তোলে সমগ্ৰ পৰিবেশ । অনুষ্ঠানত দুই শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুত্ব ভাবে এজন আহত , উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰৰণ
চিলাপথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুত্ব ভাবে এজন আহত , উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰৰণ...
मोहोळमध्ये गंठणचोराचा पाठलाग , कॅनालमध्ये पडल्याने हाती लागला
मोहोळ :- गंठण हिसकावून पळून जाणारा चोर पाय घसरून कॅनॉलमध्ये पडला . महिलांनी आरडाओरडा केल्यानंतर...
વિંછીયાનાં દેવધરી ગામનો વિડીયો સોશિયલ મીડિયામાં વાયરલ રસ્તો ખરાબ હોને લઈ વિડીયો ઉતારી કરી પોતાની વ્યથા
વિછીયાના દેવધરી ગામનો વિડીયો સોશિયલ મીડિયામાં વાયરલ રસ્તો ખરાબ હોને લઈ વિડીયો ઉતારી કરી પોતાની વ્યથા
আকৌ হব নেকি ২০১৪ চনৰ পুনৰাবৃত্তি ? আতংকত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ তথা চৰাইদেউ জিলাৰ অন্তৰ্গত খুমটাই আলিমূৰা চেচাপুখুৰী অঞ্চলবাসী ।
এক ভয়ংকৰ বিপদৰ আশংকাত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ খুমটাই আলিমূৰা চেচাপুখুৰী গাঁৱবাসীয়ে । প্ৰায়...
Gautami Patil | गौतमी पाटील लावणीवर काय म्हणाली? ऐका...
Gautami Patil | गौतमी पाटील लावणीवर काय म्हणाली? ऐका...