শিক্ষক দিৱসত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰান আঞ্চলিক সমিতিয়ে। শিক্ষাগুৰু সকল ক্ৰমে মৰান মহাবিদ্যালয়ৰ অধ্যক্ষাড° মিতালী কোৱঁৰ , মৰান মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা , ড° জয়শ্ৰী ফুকন, মৰান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য্য, শিৱসাগৰ জিলাৰ পাক্তন শিক্ষাবিষয়া আব্দুল জেলিল, মৰান বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মৰান পাব্লিকহাই স্কুলৰ প্ৰধান শিক্ষকক শিক্ষক দিৱসৰ শুভেচ্ছা জনায়। চৰাইদেউ জিলাৰ উপদেষ্টা ৰামচন্দ্ৰ দত্ত, মৰান আঞ্চলিক সমিতিৰ সভাপতি বিমান গগৈ, উপাধ্যক্ষ দীপাংকৰ ফুকন, সম্পাদক বিতোপন লাচন, আৰু যুটীয়া সম্পাদক হিমাংশু চুতীয়াই প্ৰতিখন বিদ্যালয়ত গৈ ফুলাম গামোচা আৰু চেলেংচাদৰৰে শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में 10 नवंबर को आयोजित होगी पेरिनेटल कॉन्फ्रेंस 2024, 200+ डॉक्टरों का होगा आगमन
कोटा में 10 नवंबर को पेरिनेटल कॉन्फ्रेंस 2024 का आयोजन किया जाएगा, जिसमें 200 से अधिक डॉक्टर...
ऐसी होती है 300 रुपए प्रति स्क्वेयरफीट वाली तोडू कार्रवाई| Hindustani Reporter |
ऐसी होती है 300 रुपए प्रति स्क्वेयरफीट वाली तोडू कार्रवाई| Hindustani Reporter |
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે ઐતિહાસિક ઘડીએ એકતાનગર જઇને મા નર્મદાના જળ પૂજન થકી નર્મદા નીરના વધામણા
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે ઐતિહાસિક ઘડીએ એકતાનગર જઇને મા નર્મદાના જળ પૂજન થકી નર્મદા નીરના વધામણા
তিনিচুকীয়াত প্ৰস্তাৱিত পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ), অসম (সংশোধনী) নিয়ম-২০২২ সম্পৰ্কত গুৰুত্বপূৰ্ণ সভা
তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতীৰ পৌৰহিত্যত প্ৰস্তাৱিত পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু...
ઉંમરગામ પાયોનીયર કંપનીમાં શોર્ટ સર્કીટ ના કારણે લાગી આગ
ઉંમરગામ પાયોનીયર કંપનીમાં શોર્ટ સર્કીટ ના કારણે લાગી આગ