এগৰাকী কলেজীয়া ছাত্ৰীক এজন যুৱকে মটৰ চাইকেলত উঠাই আনি মাৰধৰ কৰাৰ অভিযোগত বনপাৰাত উত্তেজনা ‌। স্থানীয় ৰাইজ উপস্থিতি হোৱাত পলায়ন কৰে যুৱকজনে। ৰাইজে যুৱক জনৰAS21A7453 নম্বৰৰ মটৰ চাইকেল খন জব্দ কৰে । জব্দকৃত মটৰ চাইকেলখন আৰু ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষী অহাৰ সময়তে উত্তেজিত হৈ পৰে ৰাইজ।