এখন ফটোই আজি চচিয়েল মেডিয়াত খলকনি তুলিছে৷এজন শিক্ষকেে বিনা বেতনে ২৫ বছৰ কাম কৰিও চাকৰিটো নিয়মীয়া নোহোৱাত চচিয়েল মেডিয়া যোগে হাতত কাহি বাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে৷উল্লেখ্য যে বৰক্ষেত্ৰী সমষ্টিৰ ১৯৯৬ চনতে স্থাপিত হোৱা এখন বিদ্যালয়ৰ পাচজন শিক্ষকৰ তিনি গৰাকী টিউটৰ হিচাবে নিযুক্তি পোবাৰ পিচত দুজন বঞ্চিত হৈছিল৷তাৰে এজন বঞ্চিত শিক্ষক হল মিটিল হুছেইন৷আজি তেওঁ কাহি বাতিলৈ চৰকাৰক দাইল,ভাত,মাছ মাংস বিছাৰিছে৷তেওঁ কৈছে বৰ্তমানৰ চৰকাৰৰ দিনত শিক্ষকৰ বিলৈ চাওঁক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Authorities have started a special control room for voters | TV9GujaratiNews
Authorities have started a special control room for voters | TV9GujaratiNews
Anju Pakistan: Anju के बाद चीनी युवती प्रेमी से मिलने पहुची Pak | Anju Nasarullah | Anju love story
Chinese girl Goes to Pak for Lover सीमा और अंजू इन दिनों सुर्खियों में है…वहींएक और प्रेम...
Migrants: क्यों हुई यूरोप में आने वाले प्रवासियों की तादाद तीन गुना?BBC Duniya with Vidit(BBC Hindi)
Migrants: क्यों हुई यूरोप में आने वाले प्रवासियों की तादाद तीन गुना?BBC Duniya with Vidit(BBC Hindi)