নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত পানবাৰী গাঁৱত ভাদমহীয়া নামৰ প্ৰসাদ খায় বিষক্ৰিয়াত আক্ৰান্ত হ’ল ডেৰ শতাধিক লোক ৷ যোৱাকালি বিয়লি ভাগত পানবাৰী বৰ নামঘৰত প্ৰসাদ খোৱাৰ পাছত উপস্থিত সকলো লোক পেটৰ সমস্যাত ভোগে ৷ পৰৱৰ্তী সময়ত ইজনৰ পাছত সিজন লোক আক্ৰান্ত হোৱাৰ লগতে স্বাস্থ্য অৱনতি ঘটাত অধিকাংশ লোকক নিশাই নাৰায়ণপুৰস্থিত আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসা প্ৰদান কৰাৰ অন্তত সকলো লোক নিশাই ঘৰমুৱা হৈছিল যদিও আজি পুৱাৰে পৰা অধিকাংশ লোকৰ পুনৰ পেটৰ বিষ শৌচ বমি হোৱাত পুনৰ চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছে ৷ চিকিৎসকে আক্ৰান্ত সকলো বিপদমুক্ত বুলি জানিবলৈ দিছে ৷ ইফালে প্ৰসাদত বিষক্ৰিয়া হোৱা ঘটনাই নাৰায়ণপুৰ অঞ্চলত ৰাইজক শংকিত কৰি তুলিছে ৷ কাৰণ নাৰায়ণপুৰ অঞ্চলত ভাদমাহত প্ৰতিটো নামঘৰত ভাদমহীয়া নাম লোৱাৰ লগতে প্ৰসাদৰ ব্যৱস্থা কৰা হয় ৷ এনে সময়ত প্ৰসাদক কেন্দ্ৰ কৰি বৈষ্ণৱপ্ৰাণ ৰাইজ শংকিত হৈ পৰাতো স্বাভাৱিক ঘটনা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajya Sabha: पिछले पांच वर्षों में सीवर साफ करते समय 377 लोगों की मौत, बीएसएफ में 10,145 पद खाली
नई दिल्ली। राज्यसभा में बुधवार को एक प्रश्न का उत्तर देते हुए सामाजिक न्याय और अधिकारिता...
नांता पुलिस ने अवैध मादक पदार्थ गांजा 250 ग्राम सहित एक महिला को गिरफ्तार किया
नांता पुलिस ने अवैध मादक पदार्थ गांजा 250 ग्राम सहित एक महिला को गिरफ्तार किया है। सीआई नकल किशोर...
गांधी परिवार ने प्रधानमंत्री पद की गरिमा को हमेशा तार तार किया : चुग || प्रधानमंत्री मोदी के खिलाफ़ राहुल गांधी के बयानों की तरुण चुग ने जमकर की भर्त्सना
भारतीय जनता पार्टी के राष्ट्रीय महासचिव तरुण चुग ने कांग्रेस के पूर्व अध्यक्ष राहुल गांधी की जमकर...
DasTak: Bihar में आज Tejashwi Yadav के साथ खेला हो गया? | Bihar Floor Test Highlights | CM Nitish
DasTak: Bihar में आज Tejashwi Yadav के साथ खेला हो गया? | Bihar Floor Test Highlights | CM Nitish