অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি মাজুলী জিলা প্ৰশাসনে তিনিদিনীয়াকৈ মাজুলী জিলা দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি পূৰ্ণ কৰি তুলিছে৷ ৬ ছেপ্টেম্বৰৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা দিৱস উদযাপনৰ সমান্তৰালকৈ জিলা দিৱসৰ লগত সংগতি ৰাখি ৮ ছেপ্টেম্বৰ তাৰিখে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যলয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহাবিদ্যালয় খনৰ প্ৰাঙ্গনত স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে৷ আদিত্য নাৰ্চিংহোমৰ উদ্যোগত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা চিকিৎসা শিবিৰত বহুকেইজন বিশিষ্ট চিকিৎসকে মেডিচিন, স্নায়ু, শৈল আৰু ফিজিঅ’থেৰাপিৰ চিকিৎসা আগবঢ়াব৷ উক্ত চিকিৎসা শিবিৰত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা ল’বলৈ মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोणाच्याही आमिष्येला बळीपडू नये माउंट लीटेरा झी येथील विद्यार्थ्यांना मार्गदर्शन पोलीस नि. गोरख दिवे
कोणाच्याही आमिष्येला बळीपडू नये माउंट लीटेरा झी येथील विद्यार्थ्यांना मार्गदर्शन पोलीस नि. गोरख दिवे
સંતરામપુર તાલુકાના કરજણા પ્રાથમિક શાળા ખાતે તિરંગા યાત્રા રેલી નું આયોજન કરવામાં આવ્યું
સંતરામપુર તાલુકાના કરજણા પ્રાથમિક શાળા ખાતે તિરંગા યાત્રા રેલી નું આયોજન કરવામાં આવ્યું
পুৰীৰ ৰথ যাত্ৰাৰ সময়ত ১৪ জন আহত, ৮২ জন অজ্ঞান
📌পুৰীৰ ৰথ যাত্ৰাৰ সময়ত ১৪ জন আহত, ৮২ জন অজ্ঞান
📌মঙলবাৰে ভগৱান বালাভদ্ৰৰ তালাদ্বাজ ৰথ টানি যোৱাৰ...
पुलिस की गोली से घायल का नहीं हो पाया बयान दर्ज; जांच के लिए नहीं पहुंची फॉरेंसिक टीम; खोखा भी गायब
ओकरी थाना क्षेत्र में बाइक सवार छात्र सुधीर कुमार को खदेड़ कर पुलिसकर्मी पर गोली...