সোমবাৰে তিনিচুকীয়া পৌৰসভাত পৌৰকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৩০ মিনিটৰ কৰ্মবিৰতিৰ জৰিয়তে পৌৰসভাত পৌৰপতিক অপদস্থ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰে কৰ্মচাৰীসকলে ৷ সমান্তৰালভাৱে একাংশ কৰ্মচাৰীয়ে অতি কম দৰমহাত কাম কৰি থকাৰ হেতুকে যথেষ্ট কষ্ট ভোগ কৰিবলগা হৈছে, গতিকে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ দাবী জনায় কৰ্মচাৰীসকলে ৷ পৰৱৰ্তী সময়ত উপৰোক্ত সমস্যাসমূহ সমাধানৰ দাবীৰে দণ্ডাধীশক এখন স্মাৰকপত্ৰ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Birender Singh की Congress में हुई वापसी, BJP से दिया था इस्तीफा
Breaking News: Birender Singh की Congress में हुई वापसी, BJP से दिया था इस्तीफा
ગુરુકુળ મહિલા કોલેજમાં આઈ.ક્યુ.એ.સી.ના નેજા હેઠળ ફેકલ્ટી ડેવલપમેન્ટ પ્રોગ્રામ, નેક અંતર્ગત પાવર પોઈન્ટ પ્રેઝન્ટેશનનું થયું આયોજન
*ગુરુકુળ મહિલા કોલેજમાં આઈ.ક્યુ.એ.સી.ના નેજા હેઠળ ફેકલ્ટી ડેવલપમેન્ટ પ્રોગ્રામ, નેક અંતર્ગત પાવર...
જસદણના સાણથલી ગામે બંધ બોરમાંથી પાણીના ફુવારા છુટ્યા વિડીયો વાયરલ
જસદણના સાણથલી ગામે બંધ બોરમાંથી પાણીના ફુવારા છૂટીયા વિડીયો વાયરલ