সোমবাৰে তিনিচুকীয়া পৌৰসভাত পৌৰকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৩০ মিনিটৰ কৰ্মবিৰতিৰ জৰিয়তে পৌৰসভাত পৌৰপতিক অপদস্থ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰে কৰ্মচাৰীসকলে ৷ সমান্তৰালভাৱে একাংশ কৰ্মচাৰীয়ে অতি কম দৰমহাত কাম কৰি থকাৰ হেতুকে যথেষ্ট কষ্ট ভোগ কৰিবলগা হৈছে, গতিকে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ দাবী জনায় কৰ্মচাৰীসকলে ৷ পৰৱৰ্তী সময়ত উপৰোক্ত সমস্যাসমূহ সমাধানৰ দাবীৰে দণ্ডাধীশক এখন স্মাৰকপত্ৰ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
16 September को TVS लाएगी नई बाइक, Apache RR310 को मिल सकता है अपडेट
भारत की प्रमुख दो पहिया वाहन निर्माता टीवीएस की ओर से जल्द ही नई बाइक को लाने की तैयारी की...
મહેસાણા : ટ્રીપલ તલાક આપી ઘરેથી કાઢી મૂક્યાનો ભાજપના નગરસેવક પર પત્નીનો આક્ષેપ
મહેસાણા : મહેસાણા નગરપાલિકાના ભાજપના નગરસેવક સલીમ વોરા સામે તેમની પત્નીએ ટ્રીપલ તલાક આપી ઘેરથી...
મંત્રી રાજેન્દ્ર ત્રિવેદીના હસ્તે 36મી નેશનલ ગેમ્સ કાર્યક્રમનું ઉદ્ઘાટન
#buletinindia #gujarat #vadodara