চাকৰি নিয়মীয়াকৰণৰ দাবীত ধেমাজিত আজি চৰকাৰী চিকিৎসালয়ৰ অস্হায়ী কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সামান্যতম পৰিতোষিকেৰে চিকিৎসালয় পৰিচালনা কমিটিৰ দ্বাৰা নিযুক্তি লাভ কৰি দিনে ৰাতিয়ে সেৱা আগবঢ়াই অহা জিলাখনৰ অৰ্ধশতাধিক চৰকাৰী চিকিৎসালয়ৰ অস্হায়ী কৰ্মচাৰীসকলে আজি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰী সন্হাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানৰ সমীপত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰি বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
L&T Q2 Results Expectation: जानें कैसे रह सकते है नतीजें, क्या है D-Street की उम्मीदें? | CNBC Awaaz
L&T Q2 Results Expectation: जानें कैसे रह सकते है नतीजें, क्या है D-Street की उम्मीदें? |...
দুধনৈত বন্যহস্তীৰ জাকে নষ্ট কৰিলে ধান খেতি
দুধনৈত বন্যহস্তীৰ জাকে নষ্ট কৰিলে ধান খেতি।
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দুধনৈতো বনৰীয়া...
બનાસકાઠા માની મમતા ખેંચી લાવી પુત્રને@live24newsgujarat
બનાસકાઠા માની મમતા ખેંચી લાવી પુત્રને@live24newsgujarat#live24newsgujarat
#9879972983
પૂર્વ CM વિજય રૂપાણી:-બીજેપી હાઈ કમાન્ડે કહ્યું "રાજીનામું આપો અને મેં
આપી દીધું,બસ"અહીં હાઈ કમાન્ડ સર્વોપરી છે !!
ગુજરાતના મુખ્યપ્રધાન પદેથી રાજીનામું આપ્યાના એક વર્ષ પછી, વિજય રૂપાણીએ કહ્યું છે કે તેમને બીજેપી...