চাকৰি নিয়মীয়াকৰণৰ দাবীত ধেমাজিত আজি চৰকাৰী চিকিৎসালয়ৰ অস্হায়ী কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সামান্যতম পৰিতোষিকেৰে চিকিৎসালয় পৰিচালনা কমিটিৰ দ্বাৰা নিযুক্তি লাভ কৰি দিনে ৰাতিয়ে সেৱা আগবঢ়াই অহা জিলাখনৰ অৰ্ধশতাধিক চৰকাৰী চিকিৎসালয়ৰ অস্হায়ী কৰ্মচাৰীসকলে আজি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্হায়ী কৰ্মচাৰী সন্হাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানৰ সমীপত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰি বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गॅस सिलेंडरच्या स्फोटाने घर जळून उघड्यावर आलेल्या कुटुंबासाठी मदतीचे आवाहन
सामाजिक कार्यकर्ते बोबडे ,भोसले यांनी घेतली भेट
गंगाखेड
गॅस सिलेंडरचा स्फोट...
Election 2024: Mainpuri को लेकर Dimple Yadav का बड़ा दावा, कहा- ज्यादा से ज्यादा सीट जीतेंगे
Election 2024: Mainpuri को लेकर Dimple Yadav का बड़ा दावा, कहा- ज्यादा से ज्यादा सीट जीतेंगे
6 PACK ABS For Beginners You Can Do Anywhere
6 PACK ABS For Beginners You Can Do Anywhere
નસવાડીડુંગરપુરમાં પ્રાથમિકસુવિધાઓથી વંચિત૨૦થી૩૦કિમિ ચાલીને પ્રજાજનો વોટ આપવાજાયછે તંત્ર નિદ્રામાં
નસવાડીડુંગરપુરમાં પ્રાથમિકસુવિધાઓથી વંચિત૨૦થી૩૦કિમિ ચાલીને પ્રજાજનો વોટ આપવાજાયછે તંત્ર નિદ્રામાં
হোজাইত শিক্ষক দিৱসৰ দিনাই বিদ্যালয়ত একত্ৰিম কৰনক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ
হোজাইত শিক্ষক দিৱসৰ দিনাই বিদ্যালয় একত্ৰিত কৰনক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।।ফাঁকলি গাঁও প্ৰাথমিক...