অসম ৰাইফলছ আৰু আইজলৰ বিশেষ মাদক দ্ৰব্য আৰক্ষীয়ে মিজোৰামত ১.০২৬ কেজি হেৰ’ইন জব্দ কৰিছে। দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ কৰা হেৰ’ইনৰ মূল্য ৫ কোটি টকা। আৰক্ষীয়ে জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত যৌথ দলে জেমাবাউক অঞ্চলত অভিযান চলায়। ৮৮টা চাবোনৰ বাকচত ৰখা হেৰ’ইন জব্দ কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা। চাবোনৰ বাচনটোৰ পৰা জব্দ ১.০২৬ কেজি হেৰ’ইন। মিজো আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনৰ মূল্য পাঁচ কোটি টকাৰো অধিক বুলি জানিবলৈ দিয়ে। এই গোচৰত চম্পাই জিলাৰ মিংথান সাংগা আৰু লালসংগা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত এফআইআৰ ৰুজু কৰি দুয়োজন সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৃদংপৰা বৰনামঘৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৪তম জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত বিধায়ক বলিন চেতিয়া
মৃদংপৰা বৰনামঘৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৪তম জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত বিধায়ক বলিন চেতিয়া
Govinda Aarakshan :"भावनिक मुद्यांवर निर्णय घ्यायचे नसतात", पवारांचा मुख्यमंत्र्यांना टोला | SAAM TV
Govinda Aarakshan :"भावनिक मुद्यांवर निर्णय घ्यायचे नसतात", पवारांचा मुख्यमंत्र्यांना टोला | SAAM TV
થેરવાડા ગામે ડીસાના પૂર્વ ધારાસભ્ય દેસાઈ મુલાકાતે
#buletinindia #gujarat #banaskantha
कलम 370 मधील गर्जे आरोपीला जामीन मंजूर
सदर केसची हकीगत अशी की, फिर्यादी कारभारी हरिभाऊ गर्जे यांच्या फिर्यादीवरून दिनांक 15/04/2022 रोजी...