মৰিগাঁৱত স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ধৰ্মঘট।নুন্যতম মজুৰীৰে কাম কৰি থকা ৰাজ্যৰ ৩৩ খন জিলাৰ অস্থায়ী কৰ্মচাৰী সকলৰ লগতে মৰিগাঁও জিলাতো অস্থায়ীৰূপে কৰ্মৰত স্বাস্থ্যকৰ্মী সকলে সোমবাৰে মৰিগাঁৱৰ পবিতৰা হাটৰ সমুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। স্বাস্থ্য বিভাগৰ পৰিচালনা সমিতি সমুহে নুন্যতম মজুৰীৰে অস্থায়ীভাৱে নিয়োজিত কৰ্মী সকলক নিয়মীয়াকৰণ কৰা, অন্যথা নিয়মীয়াকৰণ কৰিব নোৱাৰা পৰ্যন্ত গৃহৰক্ষী জোৱানৰ দৰে মজুৰি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारतीय संस्कृति की अमेरिका में धूम, नीता अंबानी की मदद से मेट संग्रहालय लगाएगा प्रदर्शनी
न्यूयॉर्क, रिलायंस फाउंडेशन की फाउंडर और चेयरपर्सन नीता अंबानी की मदद से अमेरिका का प्रतिष्ठित...
Jetpur : રોડ રસ્તા અને પ્રાથમિક સુવિધા મુદ્દે મહિલાઓનો આક્રોશ | Gstv Gujarati News
Jetpur : રોડ રસ્તા અને પ્રાથમિક સુવિધા મુદ્દે મહિલાઓનો આક્રોશ | Gstv Gujarati News
ચલાલા ખાતે રાષ્ટ્રીય ધ્વજ તીરંગા ની આન,બાન, શાન અંતર્ગત કાર્યક્રમ
ચલાલા ખાતે રાષ્ટ્રીય ધ્વજ તીરંગા ની આન,બાન, શાન અંતર્ગત કાર્યક્રમ
ছিপাঝাৰৰ ঢেঁকীপাৰাত ননৈ নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিছে ভাবুকিৰ
ছিপাঝাৰৰ ঢেঁকীপাৰাত ননৈ নৈৰ গৰাখহনীয়াই সৃষ্টি কৰিছে ভাবুকিৰ। দাতিকাষৰীয়া ৰাইজলৈ কঢ়িয়াই আনিছে...
अगले साल तक सवा करोड़ लोगों को मिलेगा अपना घरः केंद्रीय मंत्री कौशल किशोर
नई दिल्ली, मोदी सरकार नौ साल पूरे कर एक बार फिर अपने काम के नाम पर वोट मांगने की तैयारी में है।...