সোণাৰিত শিক্ষক দিৱস উদযাপন

চৰাইদেউ জিলা প্ৰশাসনৰ সৌজন্যত আৰু শিক্ষা বিভাগৰ উদ্যোগত আজি সোণাৰিত ৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত জিলাখনৰ মুঠ ১৬ গৰাকী শিক্ষকক কৃতি শিক্ষকৰ পুৰস্কাৰ প্ৰদান কৰা হয়।