আজি শিক্ষক দিৱস। মানৱ সম্পদ গঢ় দিয়াত নিজকে উৰ্চগা কৰা পতিজন শিক্ষককে শ্ৰদ্ধা আৰু সন্মান প্ৰদানৰ কাৰনে এই দিৱস অনুস্থিত কৰাহয়। শিক্ষক দিৱসৰ এই প্ৰৱিত্ৰ দিনটোতে মৰানবাসীৰ বাবে আহিল এটা ভাল খৱৰ। মৰান টাউন মধ্য।ইংৰাজী বিদ্যালয়ৰ দুগৰাকীকে শিক্ষয়ত্ৰী ক্ৰমে কবি আবৃত্তিকাৰ সংগীত শিল্পী , সমাজসেৱিকা অঞ্জু দত্তবৰুৱা আৰু লেখিকা, সমাজ সেৱিকা কৃপাঞ্জলী গগৈয়ে জিলা কৃৰ্তি শিক্ষকৰ সন্মান লাভ কৰিছে। বিদালয় খনৰ এই খবৰ ৰাজহুৱা।হোৱাৰ পিছতেবিদ্যালয় খনত এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰে। এই সন্মান লাভ কৰিদুয়োগৰাকী শিক্ষয়ত্ৰীয়ে অধিকঅনুপ্ৰেৰণা।লাভ কৰিছে বুলি।সংবাদ মাধ্যমৰ।আগত।প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान में भारी बारिश से बिगड़े हालात, कई जगह ट्रेनों के पहिए थमे, जोधपुर में स्कूलों की छुट्टी
राजस्थान में तेज बरसात आम जनता के लिए मुसीबतें खड़ी कर रही है। बारिश से सड़क और रेल यातायात...
গোলাঘাটৰ বনগাঁৱত কৰম পৰৱৰ ব্যাপক উচাহ ৷ বনবাগিচা খেলপথাৰত ৰাজহুৱাভাৱে কৰম পৰৱ উদযাপন ৷
গোলাঘাটৰ বনগাঁৱত কৰম পৰৱৰ ব্যাপক উচাহ ৷ বনবাগিচা খেলপথাৰত ৰাজহুৱাভাৱে পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে...
एक दिवसीय जेण्डर बजट संबंधी आमुखीकरण कार्यशाला 9 अक्टूबर को
एक दिवसीय जेण्डर बजट संबंधी आमुखीकरण कार्यशाला 9 अक्टूबर को
बून्दी। जेण्डर संवेदनशील, जेण्डर...
Yemen में क्या भाड़े के अमेरिकी लड़ाकों ने की हत्याएं? (BBC Duniya with Sarika)(BBC Hindi)
Yemen में क्या भाड़े के अमेरिकी लड़ाकों ने की हत्याएं? (BBC Duniya with Sarika)(BBC Hindi)
तलोद से हरसोल याडॅ तक भव्य यात्रा आयोजित की गई
तलोद से हरसोल याडॅ तक भव्य यात्रा आयोजित की गई