জিভা পিছলিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ।মূল্যবৃদ্ধিৰ প্ৰতিবাদত দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ দলৰ ‘হাল্লা বােল’ কাৰ্যসূচীৰ মঞ্চত ভাষণ দি থকা সময়তে ঘটে এই ঘটনা।উল্লেখ্য যে ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে বিভিন্ন সামগ্ৰীৰ মূল্য পূৰ্বৰ ইউপিএ চৰকাৰৰ দিনৰ সৈতে বৰ্তমানৰ এনডিএ চৰকাৰৰ সময়ৰ সৈতে তুলনা কৰে।ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ ইউপিএ চৰকাৰৰ দিনত আটা প্ৰতি কিলােৰ সলনি ‘প্ৰতি লিটাৰ ২੦ টকা’ত বজাৰত উপলব্ধ হােৱা বুলি উল্লেখ বৰ্তমানৰ চৰকাৰৰ দিনত ‘৪੦ টকা লিটাৰত’ বিক্ৰী হৈ থকা বুলি কয়।অৱশ্যে এই ভুল উপলব্ধি কৰি তেওঁ লগে লগে শুধৰাই দি পুনৰ লিটাৰৰ সলনি কিলাে বুলি উল্লেখ কৰে।এই কথাখিনিকে সামাজিক মাধ্যমত ভাইৰেল কৰে বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে। লগতে টুইটাৰত ট্ৰােলৰ সন্মুখীন হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં ધનતેરસના દિવસે સોના ચાંદી બજારમાં તેજીનો માહોલ
ડીસામાં ધનતેરસના દિવસે સોના ચાંદી બજારમાં તેજીનો માહોલ
અમદાવાદમાં પોલીસ કર્મીનો પરિવાર સાથે સામૂહિક આપધાત, શું વેદના હશે કે 3 વર્ષની દિકરીને લઈને 12માં માળેથી કૂદવું પડ્યું
પોલીસ કર્મીઓના આપઘાતના બનાવો અવાર નવાર બની રહ્યા છે ત્યારે અમદાવાદમાં પોલીસ કર્મીએ તેના પરીવાર...
Hindalco Share Downfall | 14% गिरा कंपनी का Stock, निवेशकों को सावधान रहने की जरूरत? | News
Hindalco Share Downfall | 14% गिरा कंपनी का Stock, निवेशकों को सावधान रहने की जरूरत? | News
CEAT Vardhan Tyres एक टॉप लेवल का टायर प्रोडक्ट है, जिसे खेती और ढुलाई कार्यों में क्रांतिकारी बदलाव लाने के लिए किया गया है डिजाइन
भारत के टायर सेगमेंट में CEAT की ओर से कई बेहतरीन टायर्स को उपलब्ध करवाया जाता है। कंपनी की...