জিভা পিছলিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ।মূল্যবৃদ্ধিৰ প্ৰতিবাদত দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ দলৰ ‘হাল্লা বােল’ কাৰ্যসূচীৰ মঞ্চত ভাষণ দি থকা সময়তে ঘটে এই ঘটনা।উল্লেখ্য যে ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে বিভিন্ন সামগ্ৰীৰ মূল্য পূৰ্বৰ ইউপিএ চৰকাৰৰ দিনৰ সৈতে বৰ্তমানৰ এনডিএ চৰকাৰৰ সময়ৰ সৈতে তুলনা কৰে।ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ ইউপিএ চৰকাৰৰ দিনত আটা প্ৰতি কিলােৰ সলনি ‘প্ৰতি লিটাৰ ২੦ টকা’ত বজাৰত উপলব্ধ হােৱা বুলি উল্লেখ বৰ্তমানৰ চৰকাৰৰ দিনত ‘৪੦ টকা লিটাৰত’ বিক্ৰী হৈ থকা বুলি কয়।অৱশ্যে এই ভুল উপলব্ধি কৰি তেওঁ লগে লগে শুধৰাই দি পুনৰ লিটাৰৰ সলনি কিলাে বুলি উল্লেখ কৰে।এই কথাখিনিকে সামাজিক মাধ্যমত ভাইৰেল কৰে বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে। লগতে টুইটাৰত ট্ৰােলৰ সন্মুখীন হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Iran attack Pakistan : ईरान पर पाकिस्तान के हमले को लेकर America क्या बोला (BBC Hindi)
Iran attack Pakistan : ईरान पर पाकिस्तान के हमले को लेकर America क्या बोला (BBC Hindi)
ડીસા અંબાજી પગપાળા યાત્રા સંઘ
*જય શ્રી અંબે જગદંબે* 🙏
*શ્રી શક્તિ ગ્રુપ આનંદપ્રકાશ બ્રહ્મસમાજ મિત્ર મંડળ,ડીસા* *દ્વારા...
Cristiano Ronaldo, Pele का मज़ाक बनाने गए, जनता बोली...! football
Cristiano Ronaldo, Pele का मज़ाक बनाने गए, जनता बोली...! football
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks