শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত জব্দ গাঞ্জা৷ AS27 A 2956 নম্বৰৰ এখন এল্ট’ গাড়ীত কঢ়িয়াই আনিছিল গাঞ্জা খিনি৷ গাঞ্জা সৰবৰাহকাৰী ফয়জুল হক আৰু ৰাজীৱ দৈমাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গাঞ্জাখিনি ওডালগুৰি মাজবাটৰ পৰা তেজপুৰ গুডামঘাটলৈ অনা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷তেজপুৰৰ বৰাঘাট আৰক্ষী আৰু চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত শিঙিতলীৰ ফয়জুল হকৰ ঘৰৰপৰা জব্দকৰে প্ৰায় ২১ কেজী গাঞ্জা।জব্দকৰা গাঞ্জাখিনিৰ মূল্য দহলাখ পঞ্চাশ হাজাৰ হব।ইতিমধ্যে ঘটনা সন্দৰ্ভত মজিবুৰ ৰহমান,ফয়জুল ইছলাম,ফয়জুল হক আৰু ৰাজীব দৈমাৰীক আটক কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર : પક્ષિઘર તથા પાણીના કુંડાનું નિઃશુલ્ક વિતરણ કરાયું | SatyaNirbhay News Channel
રાધનપુર : પક્ષિઘર તથા પાણીના કુંડાનું નિઃશુલ્ક વિતરણ કરાયું | SatyaNirbhay News Channel
किसानों की निम्न समस्याओं एवं यातायात व्यवस्था में सुधार हेतु ब्लॉक कांग्रेस कमेटी गुनौर के द्वारा दिया गया ज्ञापन
किसानों की निम्न समस्याओं एवं यातायात व्यवस्था मैं सुधार को लेकर दिया गया ज्ञापन
आज...
લેલાવા ગામ પાસેના પેટ્રોલપંપ ઉપર ઓઇલની ચોરી થતા ચકચાર...
ધાનેરાના લેલાવા ગામ પાસેના પેટ્રોલ પંપ ઉપર ઓઇલની ચોરી થતા ચકચાર....
ધાનેરા તાલુકાના...
Sunburn Reload - TERI MIKO & AERREO
Sunburn Reload - TERI MIKO & AERREO
"यह आपकी जमीन नहीं है": ऑस्ट्रेलिया के सीनेटर थोर्प ने संसद में राजा चार्ल्स को घेरा
सोमवार को ऑस्ट्रेलियाई संसद में राजा चार्ल्स के दौरे के दौरान स्वदेशी सीनेटर लिडिया थोर्प ने...