মৰান পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষয়ত্ৰী ক্ৰমে স্বপ্নালী গগৈ আৰু ৰীনা বৰুৱাক বিদ্যালয় কতৃপক্ষই সম্বৰ্ধনা জনাই। আজি শিক্ষক দিৱস। মানৱ।সম্পদ গঢ় দিয়াত নিজকে উচৰ্গা কৰা প্ৰতিজন শিক্ষকক শ্ৰদ্ধা আৰু সন্মান প্ৰদান কৰাৰ।উদ্দেশ্যে অনুস্থিত কৰাহয় শিক্ষক।দিৱস। শিক্ষক দিৱসৰ এই প্ৰৱিত্ৰ দিনটোতে মৰান বাসীৰ।বাবে এটা।ভাল খবৰ আহিল। । স্বপ্নালী গগৈ আৰু ৰীনা বৰুৱাই এই বৰ্ষত কৃতি শিক্ষকৰ বঁটা লাভ কৰিছে। দুয়োগৰাকী শিক্ষয়ত্ৰীয়ে এই সন্মান লাভ কৰি অধিক উৎসাহেৰে কাম কৰি যোৱাৰ বাবে সাহস লাভ কৰা বুলি।সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
মৰান পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষয়ত্ৰীয়ে লাভ।কৰিলে জিলা কৃৰ্তি শিক্ষকৰ সন্মান।

