ধনশিৰি মহকুমাৰ বৰপথাৰত আৰক্ষীৰ সফলতা l উজনিমুৱা ইন্টাৰছিটি এক্সপ্ৰেছৰ পৰা ১০ কেজিৰো অধিক গাঞ্জা বৰপথাৰ ৰেলৱে ষ্টেচনত জব্দ কৰে আৰক্ষীয়ে l বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমেশ্বৰ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত দুজনকৈ গাঞ্জা সৰবৰাহকাৰী আটক কৰে । আটকাধীন ধৃত সৰবৰাহকাৰী দুটা হৈছে নগাঁওৰ ৰছিদুল ইচলাম আৰু ফিৰোজ হুচেইন । ইতিমধ্যেই বৰপথাৰ আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । জব্দ কৃত গাঞ্জাখিনিৰ মূল্য লাখ টকাৰ অধিক হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के गांवों में 300 यूनिट बिजली हर महीने मुफ्त मिलेगी
केंद्र सरकार ने गरीब परिवारों को बिजली बिल से छुटकारा दिलाने के लिए पीएम सूर्य घर मुक्त बिजली...
দৰঙৰ গেৰিমাৰী গাওঁত জাপানীজ এনকেফেলাইটিজ ৰোগত এজনৰ মৃত্যু
দৰঙত JE ত পুনৰ এজনৰ মৃত্যু।
মৃত লোক জনৰ নাম দেৱ কান্ত ভূঞা।
গুৱাহাটী চিকিৎসা...
રાધનપુર વિસ્તારમાં વરસાદના કારણે ખેડૂતોને થયું ભારે નુક્શાન@Live24 NewsGujarat
રાધનપુર વિસ્તારમાં વરસાદના કારણે ખેડૂતોને થયું ભારે નુક્શાન@Live24 NewsGujarat
Election 2024: Mainpuri को लेकर Dimple Yadav का बड़ा दावा, कहा- ज्यादा से ज्यादा सीट जीतेंगे
Election 2024: Mainpuri को लेकर Dimple Yadav का बड़ा दावा, कहा- ज्यादा से ज्यादा सीट जीतेंगे
আপৰ উত্তৰ পূৱৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ প্ৰত্যাহ্বান
আপৰ উত্তৰ পূৱৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ প্ৰত্যাহ্বান