হোজাইত শিক্ষক দিৱসৰ দিনাই বিদ্যালয় একত্ৰিত কৰনক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।।ফাঁকলি গাঁও প্ৰাথমিক বিদ্যালয়খন যোগীৰপাৰ প্ৰাথমিক বিদ্যালয়ত একত্ৰিত কৰনক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ।স্থানীয় ৰাইজ আৰু বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ফাঁকলিগাঁও বিদ্যালয় খন বাহাল ৰখাৰ জনাইছে দাবী।উল্লেখযোগ্য যে ফাঁকলি গাঁও বিদ্যালয়ত ১৪৭ গৰাকী ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে যোগীৰপাৰ বিদ্যালয়ত ৭৩ গৰাকী ছাত্ৰ ছাত্ৰী আছে।ইফালে বিদ্যালয় একত্ৰিত কৰাৰ পিছত ছাত্ৰ ছাত্ৰী বহাৰ বাবে উপযুক্ত স্থান নথকাৰো উঠিছে অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
மக்களவைத் தேர்தலில் மஜத தனித்துப் போட்டி: தேவகவுடா அறிவிப்பு
பெங்களூரு: வரும் 2024 மக்களவைத் தேர்தலில் மதச்சார்பற்ற ஜனதா தளம் (மஜத) தனித்துப்...
পৰ্যটকৰ বাবে মুকলি হোৱাৰ এসপ্তাহৰ ভিতৰত কাজিৰঙালৈ আগমন ঘটিল ৮৩৮৪ পৰ্যটকৰ
পৰ্যটকৰ বাবে মুকলি হোৱাৰ এসপ্তাহৰ ভিতৰত কাজিৰঙালৈ আগমন ঘটিল ৮৩৮৪ গৰাকী পৰ্যটক। ইয়াৰে কহঁৰা ৰেঞ্জ...
હરઘર તિરંગા અભિયાન અંતર્ગત ઘોઘા તાલુકા ICDS વિભાગ દ્વારા રેલી યોજાઈ
હરઘર તિરંગા અભિયાન અંતર્ગત ઘોઘા તાલુકા ICDS વિભાગ દ્વારા રેલી યોજાઈ
अरविंद केजरीवाल को जमानत, शराब घोटाले में था मनी लांड्रिंग का आरोप
अरविंद केजरीवाल को शराब घोटाला से जुड़े मनी लॉन्ड्रिंग मामले में जमानत मिल गई है। उन्हें 1 लाख...
રાધનપુર ના ધારાસભ્ય (ભલા માણસ) ની મોજ.. જોઈ લો વધુ એક વિડિયો
રાધનપુર ના ધારાસભ્ય (ભલા માણસ) ની મોજ.. જોઈ લો વિડિયો