হোজাইত খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই অহা বনৰীয়া হাতীৰ মাজত চলিছে ক্ষমতাৰ যুজঁ।।কি পোৱালি হাতী কি ডাঙৰ হাতী এটা আনটোৰ সৈতে লাগিছে যুজঁ।।পোৱালি হাতীয়ে পোৱালী হাতীৰ সৈতে যুজঁ কৰাৰ বিপৰীতে ডাঙৰ হাতীয়ে ডাঙৰ হাতীৰ সৈতে কৰিছে তুমুল যুজঁ।এয়া হোজাইৰ দীঘলবালি অঞ্চলৰ মুকলি পথাৰত দেখিবলৈ পোৱা দৃশ্য।খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে দিন দুপৰতে মুক্ত বিচৰন কৰাৰ লগতে এটাই আনটোৰ লগত যুজঁ লগাৰ দৃশ্য বন্দী হৈছে ।যুঁজৰ মাজতে মাটিত বাগৰিও পৰিছে হাতী।বোকা পানীৰ মাজত চলা যুঁজৰ এই দৃশ্য চাবলৈয়ো ভিৰ কৰে অঞ্চলটোৰ লোক সকলো।মুঠৰ ওপৰত বনৰীয়া হাতীৰ যুজঁ,আৰু বোকা পানীৰ মাজত কৰা খেল ধেমালিৰ দৃশ্যই আমোদ দিছে অঞ্চলটোৰ লোকসকলক।ইফালে দিনৰ পোহৰত মুকলি স্থানত মুক্ত বিচৰন কৰা হাতীৰ বৃহৎ জাকটো নিশা হলেই গাঁওত প্ৰৱেশ কৰি তাণ্ডৱ চলাই বুলি ৰাইজে কৰিছে মন্তব্য ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भाजपा नेता हत्याकांड के आरोपी मुठभेड़ में गिरफ्तार।
जनपद जौनपुर में,भाजपा नेता हत्याकांड के आरोपी मुठभेड़ में गिरफ्तार। मालूम हो कि जौनपुर जनपद में...
ભાભર તાલુકાના ચલાદર ગામે ગેનીબેન ઠાકોરનું ભવ્ય સ્વાગત
વાવ વિધાનસભાના કોંગ્રેસના ઉમેદવાર ગેનીબેન ઠાકોરને ભાભર તાલુકાના ચલાદર ગામે ગામના લોકો દ્વારા ભવ્ય...
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
শিৱসাগৰত Meradoc ডেন্টেল ক্লিনিক মুকলি মোহময়ী অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ
শিৱসাগৰত Meradoc ডেণ্টেল ক্লিনিক মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ৷ ঐতিহাসিক শিৱসাগৰত...
খাৰুপেটীয়াত কেন্দ্ৰীয়ভাবে পতাকা উত্তোলন কৰে পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহাই
খাৰুপেটীয়াত কেন্দ্ৰীয়ভাবে পতাকা উত্তোলন কৰে পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহাই