চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত শিক্ষক দিৱস উদযাপনঃ আন আন প্ৰান্তৰ সমান্তৰাল ভাৱে ধেমাজি জিলাৰ চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগতো উলহ-মালহেৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয় । ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণৰ প্ৰতিকৃৰ্তিত বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পন কৰাৰ পাছতেই বিভাগীয় প্ৰধান অনুপ চুতীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। য'ত বৰ্তমান অধ্যয়নৰত ছাত্র-ছাত্ৰী আৰু একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক সকলক ফুলাম গামোচা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় । সমান্তৰালভাৱে ছাত্র-ছাত্ৰী সকলে গীত মাত নৃত্য পৰিবেশন কৰি এক আনন্দ মুখৰ পৰিবেশ সৃষ্টি কৰে । আনহাতে শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু দৰ্শনৰ ওপৰতো ছাত্র-ছাত্ৰী আৰু শিক্ষক সকলে আলোকপাত কৰে । নিজৰ চমু ভাষণত শিক্ষক অনুপ চুতীয়া , নয়নমনি মহন্ত, উত্তম কুমাৰ চুতীয়া, অৰুণিমা ভূঞা, বৰ্ণালী চুতীয়া, কংকনা ভূঞায়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মনিকাঞ্চন সংযোগৰ যি পবিত্ৰতা চিৰদিন বৰ্তী থাকিব বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नेता प्रतिपक्ष डॉ गोविंद सिंह के सरकार पर गंभीर आरोप| EMS TV 27-August-2022
नेता प्रतिपक्ष डॉ गोविंद सिंह के सरकार पर गंभीर आरोप| EMS TV 27-August-2022
વડોદરા: પોલીસ હેડ ક્વાર્ટર ખાતે હાથ ધરાયું સ્વચ્છતા અભિયાન
વડોદરા: પોલીસ હેડ ક્વાર્ટર ખાતે હાથ ધરાયું સ્વચ્છતા અભિયાન
चोरट्यांनी इनोवा गाडी मध्ये येऊन मोबाईल शॉपी कशी फोडली पहा..
चोरट्यांनी इनोवा गाडी मध्ये येऊन मोबाईल शॉपी कशी फोडली पहा..
Worst Condition of 15 No National High Way in Assam
असम के गुवाहाटी के पास बाईहाटा चारियाली से तेजपुर के पास मिशन चारियाली तक 15 नंबर राष्ट्रीय...
અમીરગઢ પાલનપુર નેશનલ હાઇવે બન્યો જીવલેણ .....
અમીરગઢ પાલનપુર નેશનલ હાઇવે બન્યો જીવલેણ .....