7th নেশ্যনেল কুংফু চেম্পিয়নশ্বীপত উজ্জ্বলিল গোলাঘাটৰ গ্ৰামাঞ্চলৰ খেলুৱৈ ৷ কলকাতাৰ চিত্ৰৰঞ্জনত অনুষ্ঠান ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত চিনাতলীৰ ৰিংকু শৰ্মা আৰু দেৱাশীষ দত্তৰ নেতৃত্বত যোৱা ৪ জনীয়া খেলুৱৈ দলটোৰ আটাইকেইজনে পদক পাবলৈ সক্ষম হ’ল । মৃণ্ময় গগৈয়ে সোণৰ পদক লাভ কৰাৰ লগতে উজ্জ্বল কোঁৱৰ,সুমন তামুলী আৰু সুদীপ্ত নয়ন চলিহাই ৰূপৰ পদল লাভ কৰিবলৈ সক্ষম হ’ল। গ্ৰামাঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা খেলুৱৈ কেইজনক ৰাজহুৱা সম্বৰ্দ্ধনা জ্ঞাপন কৰিলে বেতিয়নীত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಬಜೆಟ್ 2023-24 ಕುರಿತು ಎಎಪಿ ಕರ್ನಾಟಕ ಅಧ್ಯಕ್ಷ ಪೃಥ್ವಿ ರೆಡ್ಡಿ ಹೇಳಿಕೆ
ಬೆಂಗಳೂರು : ಹಣಕಾಸು ಸಚಿವರೂ ಆಗಿರುವ ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಹೆಚ್ಚುವರಿ ಬಜೆಟ್ ಭರವಸೆ ನೀಡಿದ್ದರೆ,...
Laptop Tips: लैपटॉप के माइक्रोफोन में आ गई है खराबी; इन तरीकों से कर सकेंगे ठीक
अगर आप लैपटॉप का इस्तेमाल करते हैं और अपने माइक्रोफोन की समस्याओं से परेशान है तो ये आर्टिकल खास...
જૂનાગઢમાં સોશિયલ મીડિયા મારફત નાની વયની તરુણીને થયો પ્રેમ,
ઘરબાર અને પરિવાર ત્યજી ગેરમાર્ગે જતાં ૧૮૧ ટીમ દ્વાર થયો બચાવ.
જૂનાગઢમાં સોશિયલ મીડિયા મારફત નાની વયની તરુણીને થયો પ્રેમ
ઘરબાર અને પરિવાર ત્યજી ગેરમાર્ગે જતાં...
જામનગરમાં પોલીસે ચોરીનો ભેદ ઉકેલ્યો
#buletinindia #gujarat #jamnagar