মথুৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ নিমনাগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত দলীয় কৰ্মীৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয় ।