লাকুৱা আমলখি দেওশালত তাই আহোম সকলৰ পৰম্পৰাগত অনুষ্ঠান খেক লাই খাও মি বা আইজং লাও নি জংখাম ( শস্য শ্ৰীবৃদ্ধিৰ উপাসনা অনুষ্ঠান ) অনুষ্ঠিত কৰিবলৈ লোৱা সন্দৰ্ভত এখনি সভা অনুষ্ঠিত কৰা হয় । উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহন ।