সদৌ অসম কবি চক্ৰ, দৰং জিলা সমিতিৰ উদ্যোগত দেওমৰনৈৰ বৰমপুৰ জাতীয় বিদ্যালয়ত কাব্যানুষ্ঠান এটি সম্পন্ন হয় ৷ শৰতৰ প্ৰাৰম্ভত কবিতাৰ আবেলি শীৰ্ষক কাব্যানুষ্ঠানটি সঞ্চালনা কৰে দৰং জিলা কবি চক্ৰৰ সভাপতি প্ৰানেশ্বৰ শৰ্মাই ৷ সদৌ অসম কবি চক্ৰ, দৰং জিলা সমিতিৰ সম্পাদক নৱজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নবীন- প্ৰবীন প্ৰায় ডেৰকুৰি কবিয়ে কবিতা পাঠ কৰে ৷ অনুষ্ঠানত সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদক সোনাৰাম ৰাজবংশী, দৰং জিলা কবি চক্ৰৰ উপদেষ্টা ঘনকান্ত ডেকা, কাৰ্যকৰী সভাপতি ৰুদ্ৰ হাজৰিৰা, উপ সভানেত্ৰী প্ৰণতি ডেকা লহকৰ, প্ৰেৰণাশ্ৰী যতীন কুমাৰ, প্ৰত্ৰিকা সম্পাদক মনিষা ডেকা, বৰমপুৰ সাহিত্য সভাৰ সাহিত্য সভাৰ সভাপতি মনোৰাম চহৰীয়া, উপ-সভাপতি আদিত চন্দ্ৰ বৰুৱায়ো অংশ গ্ৰহণ কৰি কবিতা পাঠ কৰে ৷ পঠিত কবিতাৰ পৰ্যালোচনা আগবঢ়াই সদৌ অসম কবি চক্ৰ,দৰং জিলা সমিতিৰ উপ সভাপতি মহাদেৱ নাথে ৷সদৌ অসম কবি চক্ৰ, দৰং জিলা সমিতিৰ উদ্যোগত "শৰতৰ প্ৰাৰম্ভত কবিতাৰ আবেলি" শীৰ্ষক কাব্যানুষ্ঠান
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
28 રાજ્યોમાં ફ્રોડ કરનારી ગેંગ પકડાઈઃ 8 લોકોએ રૂ. 826 કરોડના 1229 સાઇબર ફ્રોડ કર્યા
ગાંધીનગરઃ ગુજરાત સાઇબર સેન્ટર ઓફ એક્સેલન્સ દ્વારા સાઇબર માફિયાઓ સામે મોટી કાર્યવાહી કરાઈ છે. આ...
ઘોડાસરના એવલોન કોટયાર્ડ ની મહિલાઓ,બાળકોને ફ્લાયઓવર બ્રિજની કામગીરી થી થતી હાલાકી તંત્ર સામે હલ્લાબોલ
ઘોડાસરના એવલોન કોટયાર્ડ ની મહિલાઓ,બાળકોને ફ્લાયઓવર બ્રિજની કામગીરી થી થતી હાલાકી તંત્ર સામે હલ્લાબોલ
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz
শিশু অপহৰণৰ মিছা খবৰ সন্দৰ্ভত জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে জেংৰাইমুখত TMPK ৰ লগত মত বিনিময় কৰে ।
মাজুলী জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে জেংৰাইমুখত TMPK ৰ লগত মত বিনিময় কৰে ।
Israel Hamas War: Keffiyeh फ़लस्तीनियों के विरोध की ताकत कैसे बना? (BBC Hindi)
Israel Hamas War: Keffiyeh फ़लस्तीनियों के विरोध की ताकत कैसे बना? (BBC Hindi)