সদৌ অসম কবি চক্ৰ, দৰং জিলা সমিতিৰ উদ্যোগত দেওমৰনৈৰ বৰমপুৰ জাতীয় বিদ্যালয়ত কাব্যানুষ্ঠান এটি সম্পন্ন হয় ৷ শৰতৰ প্ৰাৰম্ভত কবিতাৰ আবেলি শীৰ্ষক কাব্যানুষ্ঠানটি সঞ্চালনা কৰে দৰং জিলা কবি চক্ৰৰ সভাপতি প্ৰানেশ্বৰ শৰ্মাই ৷ সদৌ অসম কবি চক্ৰ, দৰং জিলা সমিতিৰ সম্পাদক নৱজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত নবীন- প্ৰবীন প্ৰায় ডেৰকুৰি কবিয়ে কবিতা পাঠ কৰে ৷ অনুষ্ঠানত সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদক সোনাৰাম ৰাজবংশী, দৰং জিলা কবি চক্ৰৰ উপদেষ্টা ঘনকান্ত ডেকা, কাৰ্যকৰী সভাপতি ৰুদ্ৰ হাজৰিৰা, উপ সভানেত্ৰী প্ৰণতি ডেকা লহকৰ, প্ৰেৰণাশ্ৰী যতীন কুমাৰ, প্ৰত্ৰিকা সম্পাদক মনিষা ডেকা, বৰমপুৰ সাহিত্য সভাৰ সাহিত্য সভাৰ সভাপতি মনোৰাম চহৰীয়া, উপ-সভাপতি আদিত চন্দ্ৰ বৰুৱায়ো অংশ গ্ৰহণ কৰি কবিতা পাঠ কৰে ৷ পঠিত কবিতাৰ পৰ্যালোচনা আগবঢ়াই সদৌ অসম কবি চক্ৰ,দৰং জিলা সমিতিৰ উপ সভাপতি মহাদেৱ নাথে ৷সদৌ অসম কবি চক্ৰ, দৰং জিলা সমিতিৰ উদ্যোগত "শৰতৰ প্ৰাৰম্ভত কবিতাৰ আবেলি" শীৰ্ষক কাব্যানুষ্ঠান
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
HUL Share Strategy: स्टॉक में Expert को नज़र आ रही Strength, इस Strategy के साथ करें Trade
HUL Share Strategy: स्टॉक में Expert को नज़र आ रही Strength, इस Strategy के साथ करें Trade
मोतियाबिन्द ऑपरेशन बूंदी मे, बडे शहरो की तकनीक अब बूंदी मे
शहर के खोजा गेट रोड स्थित अग्रवाल आई एंड स्किन हॉस्पिटल मे एक 96 वर्ष की महिला का जटिल...
SCO Meeting: एससीओ रक्षा मंत्रियों के बीच आज होने वाली बैठक में शामिल होगा पाकिस्तान
शंघाई सहयोग संगठन यानी एससीओ की आज होने वाली बैठक में पाकिस्तान भी शामिल हो सकता है। यह बैठक...
প্ৰয়াত সাংবাদিক অসীমজ্যোতি বৰাক অজস্ৰ গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি
গোলাঘাট জিলাৰ নুমলীগড়ৰ যুৱ সাংবাদিক তথা মৰঙি প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক অসীমজ্যোতি বৰাৰ সৰ্প...
બનાસકાંઠા પોલીસ પરિવારે તેજસ્વી તારલાઓનું સન્માન કર્યું
બનાસકાંઠા જીલ્લાના પોલીસ પરિવારના બાળકોને ઉત્સાહના ભાગરૂપે વર્ષ 2022 થી 23 સારા ટકા મેળવેલ...