নামনি মাজুলীৰ মাজৰ চাপৰিত আজি এটা মাহ ধৰি ব্যিাপক খহনীয়া সংঘটিত হৈছে ৷ চিন্তিত এই অঞ্চলৰ কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ ৷ 

জলসম্পদ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ 

ব্যাপক খহনীয়া অঞ্চল পৰিৰ্দশন মাজুলীৰ বিধায়ক ভুৱন গাম আৰু মাজুলী বিজেপিৰ সভাপতি বিৰেন শইকীয়া ৷

স্থানীয় ৰাইজক খহনীয়া প্ৰতিৰোধৰ আস্বাস ৷