চৰাইদেউ আৰু অৰুণাচলৰ লিংডিং জিলাৰ সীমা সমস্যা সন্দৰ্ভত সভা অনুষ্ঠিত। চৰাইদেউ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ লংডিং জিলাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যাৰ লগতে অন্যান্য সমস্যা সমূহ সমাধানৰ বাবে আজি লংডিং জিলাৰ কানুবাৰীত এক মন্ত্ৰী আৰু বিষয়া পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। সভাত চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ লগতে দুইখন চুবুৰীয়া জিলাৰ উপযুক্ত আৰু অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়া সকলে অংশগ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાબરકાંઠાના હિંમતનગરની વગડી પ્રાથમિક શાળાની દમણ-દિવ અને લક્ષદ્વીપના પ્રશાસકશ્રી પ્રફુલભાઇ પટેલે મુલાકાત લીધી
સાબરકાંઠાના હિંમતનગરની વગડી પ્રાથમિક શાળાની દમણ-દિવ અને લક્ષદ્વીપના પ્રશાસકશ્રી પ્રફુલભાઇ પટેલે...
Breaking News: दिल्ली शराब नीति से जुड़े मनी लॉन्ड्रिंग मामले में Manish Sisodia को झटका | Delhi
Breaking News: दिल्ली शराब नीति से जुड़े मनी लॉन्ड्रिंग मामले में Manish Sisodia को झटका | Delhi
চন্দ্ৰযান-৩: ভাৰতীয় মহাকাশযানৰ বাবে আজি জটিল দিন।
ইয়াত কি হ'ব
ভাৰতৰ চন্দ্ৰ মহাকাশযান চন্দ্ৰযান-৩ৰ বাবে আন এক গুৰুত্বপূৰ্ণ দিন বুধবাৰ।
ইছৰোৰ মতে, আজি...
ચોટીલામાં મહિલાના ગળામાંથી સોનાના ચેઇનની ચીલઝડપ
ચોટીલામાં ફરી એક વખત ચેઈન સ્નેચિંગની ઘટનાથી ચકચાર મચી છે. એક મહિલાના ગળામાંથી ચેઈન ખેંચીને એક...
কৃষ্ণাইৰ মোলানডুবি গাওঁ পঞ্চায়তৰ অন্তৰ্গত গ্ৰাম্য পথৰ পয়ালগা ৰূপ
কৃষ্ণাইৰ মোলানডুবীত পথৰ অৱস্থা৷