শুকুৰবাৰে নিশা চাৰিদুৱাৰ আৰক্ষী থানাৰ নেতৃত্বত আৰক্ষী বিষয়া প্ৰদীপ ৰাজখোৱা আৰু এআইএছএফ দলৰ সৈতে এক তালাচী অভিযান চলাই এএছ ২৭এ ২৯৫৬ নম্বৰৰ এখন অল্টো গাড়ীৰ সৈতে দুজন লোকক নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা অৱস্থাত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানোৱামতে ওদালগুৰি জিলাৰ ফৈজুল ইছলাম (৩২) আৰু তেজপুৰৰ শিঙিতলী আন এজন মজিবুৰ ৰহমান (৩৩)ক গ্ৰেপ্তাৰ কৰে । দুই জন লোকক জেৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰে যে তেওঁলোকে ওদালগুৰিৰ জিলাৰ মাজবাটৰ পৰা জব্দ কৰা গাঞ্জা খিনি ফৈজুল ইছলাময়ে আনিছিল আৰু তেজপুৰৰ বাৰঘাট আৰক্ষী থানাৰ অধীনত শিঙিতলীৰ মজিবুৰ ৰহমানক বিক্ৰী কৰিছিল। আৰক্ষীয়ে মুঠ ২০.৯৯২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে বুলি জানিব দিয়ে। এই সামগ্ৰী সমূহ মজিবুৰে অন্য এটা স্থানত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু দয়োজন লোকক গ্ৰেপ্তাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহ এনডিপিএছ আইনৰ অধীনত জব্দ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જાણો ખંભાતમાં સવારે ૧૧ : ૦૦ કલાક સુધીમાં કેટલું મતદાન નોંધાયું ?
વિધાનસભા ચૂંટણીને પગલે આજ રોજ મતદારો મતદાન કેન્દ્રમાં પહોંચી ખંભાતના ઉજ્જવળ ભવિષ્ય માટે યોગ્ય...
#Bhavnagar | ભાવનગર મહુવા જાઈન્ટ્સ ગ્રુપ ઓફ મહુવા દ્વારા વિવિધ પ્રોગ્રામ યોજાયો | Divyang News
#Bhavnagar | ભાવનગર મહુવા જાઈન્ટ્સ ગ્રુપ ઓફ મહુવા દ્વારા વિવિધ પ્રોગ્રામ યોજાયો | Divyang News
Share Market Cues | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | Kamai Ka Adda
Share Market Cues | Final Trade में कहां दिखा एक्शन, कल कहां मिलेगा अच्छा मौका? | Kamai Ka Adda
દિવાળીના તહેવાર નિમિત્તે ટ્રાફિક જામ સર્જાયું...
દિવાળીના તહેવાર નિમિત્તે ટ્રાફિક જામ સર્જાયું...