কৰম সন্মিলনৰ উদযাপন সমিতিৰ উদ্যোগত কাকপথাৰত অনুষ্ঠিত ঝুমইৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্নআজি বৃহত্তৰ কাকপথাৰ আঞ্চলিক সমন্বয় কৰম সন্মিলনৰ উদযাপন সমিতিৰ উদ্যোগত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত ঝুমৰই কৰ্মশালা সামৰণি অনুষ্ঠান সম্পন্ন হৈ যায় । উক্ত অনুষ্ঠানটিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক সুৰজিত মৰাণ ডাঙৰীয়া, পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া, প্ৰশিক্ষক সকল,অসম চাহ জনজাতি জাতীয় সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ অধ্যক্ষ বীৰেন কৈৰী ডাঙৰীয়া, কাকপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল কলিতা, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হেমাংগ গগৈ,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিকাশ তালুকদাৰ, উপ-সভাপতি হিৰকজ্যোতি দহোটীয়া, সাংগঠনিক সম্পাদক মাধুৰ্য চেতিয়াই উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজিৰে পৰা কামৰূপৰ বাৰাংহাটীত দুদিনীয়াকৈ আৰম্ভ হৈছে ১৩৮তম্ শ্ৰীশ্ৰী কালীপূজা
কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী কালীমন্দিৰ প্ৰাংগনত আজিৰে পৰা দুদিনীয়াকৈ ১৩৮ তম...
भारतीय बाजार में मौजूद ये शानदार रेंज देने वाले इलेक्ट्रिक स्कूटर्स, कीमत 1.45 लाख रुपये से शुरू
Electric Scooters in India आज हम आपके लिए मार्केट में मौजूद दमदार इलेक्ट्रिक स्कूटर की लिस्ट लेकर...
ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ জিলা বিষয় ববীয়াৰ এখনি সভা শিৱসাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত।
সোমবাৰে আবেলি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ বিষয়ববীয়াৰ সভাত জিলা যুৱ মৰ্চাৰ সভাপতি গৌতম সন্দিকৈৰ...
AAP सांसद संजय सिंह ने बताया क्यों बना केजरीवाल का करोड़ों का घर, तीन बार हुए ये बड़े हादसे
भारतीय जनता पार्टी मंगलवार से ही अरविंद केजरीवाल के घर के पुनर्निर्माण में आए खर्च को लेकर दिल्ली...