যোৱা ২৮ আগষ্টত পূনেৰ গোবেল স্কলাৰ্ছ ফাউণ্ডেচনৰ বেলগাত গোটে শ্ৰেষ্ঠ নিউৰোলজিষ্ঠ এন এন এম চি আৰু ইথাৰ টেকন’লজি আবিস্কাৰৰ বাবে ডা° পাৰ্থ প্ৰতীম কলিতাক ভাৰতীয় ৰত্নৰে সন্মানিত কৰে৷ডা° কলিতা বৰ্তমান নলবাৰী মালিকুছি নিবাসী আৰু কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড°প্ৰভাত চন্দ্ৰ কলিতা আৰু পশ্চিম বড়িগোগ আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা বিমলা ডেকাৰ সুযোগ্য সন্তান৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજુલાના ચાંચબંદર અને ખેરા ગામના ગ્રામજનોએ જીએસસીએલ કંપની સામે વિરોધ નોંધાવ્યો
રાજુલાના ચાંચબંદર અને ખેરા ગામના ગ્રામજનોએ GHCL કંપની સામે વિરોધ નોંધાવ્યો..
સ્થાનિક અગરીયાઓને...
न चाहकर भी हां कर देते हैं आप; कैसे डार्क पैटर्न में फंस रहे भोले-भाले लोग, कहीं आपके...
डार्क पैटर्न ज्यादातर लोगों के लिए एकदम नई चीज है। लेकिन जिन ऐप्स और वेबसाइट को आप रोजाना...
শিৱসাগৰৰ চুকাফা সভাকক্ষত জিলা আয়ুক্তৰ সংবাদ মেল ভোট গণনা দিনটোৰ নীতি নিৰ্দেশনাৰ সন্দৰ্ভত।
শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়া সুব্ৰত সিদ্ধাৰ্থ গোস্বামী, কাৰ্য্যবাহী দণ্ডাধীশ কঙ্কণা শইকীয়া,জিলা...