অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযানৰ দ্বাৰা ৰূপায়িত সখী এক্সপ্ৰেছ ২০২১/২২ বিত্তীয় বৰ্ষৰ অধীনত সমগ্ৰ ৰাজ্যৰ সামূহিক কৰ্মীৰ মাজত স্কুটী বিতৰণ কৰা হৈছে৷এই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি আজি ধৰ্মপূৰ সমষ্টিৰ মধুপুৰ আৰু পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ মুঠ ৩৮ গৰাকী অসম গ্ৰামীন জিৱীকা অভিযানৰ সামূহিক কৰ্মীক স্কুটী বিতৰণ কৰে৷