সোণাৰিৰ সাপেখাতিত পথ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ ফলত আহত দুই বাইক আৰোহী।

দুৰ্ঘটনাত পতিত বাইক আৰোহী দ্বয়ক চিনাক্ত কৰিব পৰা নাই এতিয়ালৈকে।

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অভাৰব্ৰীজত থকা ড্ৰামত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুয়োকে সাপেখাতি মেডিকেলত ভৰ্তি কৰোৱা হৈছে।