অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত সখী সকলে গাওঁৰ মহিলা সকলক অৰ্থনৈতিক স্বাবলম্বী কৰনৰ বাৰ্ত প্ৰচাৰৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে ২০২১-২০২২ বিত্তীয় বৰ্ষৰ বাবে "সখী এক্সপ্ৰেছ আচনিৰ" জড়িয়তে স্কুটি প্ৰদান কাৰ্যসূচীৰ অংশ হিচাপে আজি নাহৰকটীয়া ৰাজহুৱা খেলপথাৰত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে স্কুটি প্ৰদান কৰে।