তিনিচুকীয়া সমষ্টিত বহুকেইটা নামঘৰত অসম দৰ্শন আঁচনিৰ অন্তৰ্গত ২.৫০ লাখ টকাৰে কৰা নিৰ্মাণকায্যৰ শুভ উদ্বোধন শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে৷ মধুপুৰ নামঘৰ, চ্যুকাফা নগৰ নামঘৰ, ৰংপুৰীয়া নামঘৰ, ৰংপুৰীয়া বৰ নামঘৰ, ৰূপ নগৰ বৰনামঘৰ, ৰূপনগৰ লোহাৰী কচাৰী চাংমাই গাঁও নামঘৰ, উদয় নগৰৰ নামঘৰৰ লগতে আন কেইবাটাও নামঘৰত শুভ উদ্বোধন কৰে মন্ত্ৰী কিষানে ৷ উদ্বোধন কৰাৰ সমান্তৰালভাৱে মন্ত্ৰীগৰাকীয়ে উদ্বোধন সভাত অংশগ্ৰহণ কৰি ভকতবৃন্দৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા પંથકમાં મતદારોમાં ભારે ઉત્સાહ પરંતુ પાંખું મતદાન
લોકસભા સામાન્ય ચૂંટણી ૨૦૨૪ અંતર્ગત ૧૦૦- તળાજા વિધાનસભા મતિસ્તારમાં સમાવિષ્ટ ૫૦ આજુબાજુ નોંધાયું...
তিনিচুকীয়া পলিটেকনিকত লক্ষাধিক টকাৰ সামগ্ৰীৰ চুৰিকাণ্ড
শুকানপুখুৰীস্থিত তিনিচুকীয়া পলিটেকনিকত লক্ষাধিক টকাৰ সামগ্ৰীৰ চুৰিকাণ্ড ৷
Breaking News: Punjab में BJP को बड़ा झटका, प्रदेश अध्यक्ष Sunil Jakhar ने दिया पद से इस्तीफा
Breaking News: Punjab में BJP को बड़ा झटका, प्रदेश अध्यक्ष Sunil Jakhar ने दिया पद से इस्तीफा
सिर्फ सोचकर कंप्यूटर माउस को कंट्रोल कर पा रहा है पेशेंट, न्यूरालिंक को लेकर एलन मस्क का बड़ा दावा
एलन मस्क की कंपनी न्यूरालिंक ने बीते दिनों इंसान के दिमाग में चिप लगाई थी। अब इसे लेकर उन्होंने...