আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ বাসগৃহৰ কি কি জব্দ কৰিলে দুৰ্নীতি নিবাৰক শাখাই। তেওঁৰ বাসগৃহৰ পৰা ২৬ বিধ সামগ্ৰী জব্দ কৰিছে দুৰ্নীতি নিবাৰক শাখাই৷ বেঙ্কৰ পাচবুক, চেকবুক, এটিএম, সোণৰ আ-অলংকাৰ, মাটিৰ নথিকে ধৰি ২৬বিধ সামগ্ৰী জব্দ কৰিছে৷ বেলতলাৰ অমৰ এনক্লেভৰ পিছত আজি বেলতলা গাড়োকুছিৰ অশোকা এপাৰ্টমেন্টত পুৱাৰে পৰা চলাইছিল অভিযান৷ অভিযান সমাপ্ত কৰিলে দুৰ্নীতি নিবাৰক শাখাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सस्ता गोल्ड खरीदने के लिए 19 से 23 जून का है मौका, पा सकते हैं 50 फीसद तक छूट
नई दिल्ली, बिजनेस डेस्क। अगर आप भी गोल्ड में निवेश करना चाहते हैं तो आपके लिए बहुत अच्छी खबर...
গোৰেশ্বৰৰ উপৰখুটিত যোৱাকালি অৰ্থাৎ ৰবিবাৰে গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা তিহাৰ সমাৰোহৰ
গোৰেশ্বৰৰ উপৰখুটিত যোৱাকালি অৰ্থাৎ ৰবিবাৰে গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা তিহাৰ সমাৰোহৰ
જુગાર રમતા પાંચ ઈસમો ને LCB એ ઝડપી પાડયા
જુગાર રમતા પાંચ ઈસમો ને LCB એ ઝડપી પાડયા