বটদ্ৰৱাৰ ডুমডুমীয়াত ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ড, প্ৰস্তুতকাৰী আটক । নগাঁও জিলাৰ বটদ্ৰবা থানাৰ অন্তৰ্গত ডুমডুমীয়া পহৰা চকীৰ অন্তৰ্গত ওপৰ ডুমডুমীয়াৰ পৰা ভুৱা আধাৰকাৰ্ড পানকাৰ্ড সহ দুই প্ৰস্তুতকাৰীক আটক কৰে বটদ্ৰবা আৰক্ষীয়ে। বটদ্ৰবা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীত লাহনৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি নুৰজামাল গাজী, আৰু মোস্তাফা আহমেদ নামৰ দুজনক আটক কৰে। আৰক্ষীয়ে জানিব দিয়া মতে, নুৰজামালৰ কম্পিউটাৰ দোকানৰ পৰা এটা কম্পিউটাৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ছীল আদি আপত্তিজনক নথিপত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় লোককেইজনক । বৰ্তমান আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેડા જિલ્લાના કઠલાલ ખાતે જૈન પિયાની દરગાહ ખાતે ઉર્ષ ઉજવાયો 2022 | Spark Today News Vadodara
ખેડા જિલ્લાના કઠલાલ ખાતે જૈન પિયાની દરગાહ ખાતે ઉર્ષ ઉજવાયો 2022 | Spark Today News Vadodara
दिवंगत पी सेठी हाजी की बुक लॉन्च कार्यक्रम में शामिल हुए राहुल गांधी, बोले- यहां आना मेरे लिए सम्मान की बात है
कांग्रेस नेता राहुल गांधी ने बुधवार को केरल के कोझिकोड में दिवंगत पी सेठी हाजी के भाषणों वाली एक...
Women's Reservation Bill 2023: Rajya Sabha में Jagdeep Dhankhar ने PM Modi को क्यों दी बधाई
Women's Reservation Bill 2023: Rajya Sabha में Jagdeep Dhankhar ने PM Modi को क्यों दी बधाई
भ्रष्टाचाराला प्रतिबंधक करण्यासाठी लांजात मार्गदर्शन शिबिर
लांजा : भ्रष्टाचाराला आळा बसावा भ्रष्टाचार मुक्त प्रशासन असावे, यासाठी लाच-लुचपत विभागामार्फत...