টিংখাঙৰ বামুনবাৰী তিনিআলিত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মূল্যবৃদ্ধি ৰোধ কৰা, গাঁৱে গাঁৱে ধান ক্রয় কেন্দ্র স্থাপন কৰা, ন্যূনতম নিৰিখত কেঁচা চাহপাত মূল্য নির্ধাৰণ কৰা, চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ কেবিনেট সিদ্ধান্ত বাতিল কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিক সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । অতি শীঘ্ৰে উক্ত দাবী সমূহ সমাধান নকৰিলে এক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'धमाके की आवाज़, धुआं-धुआं..' किसानों पर आंसू गैस चले, Delhi जाने का ये जुगाड़ निकाला! Farmers Protest
'धमाके की आवाज़, धुआं-धुआं..' किसानों पर आंसू गैस चले, Delhi जाने का ये जुगाड़ निकाला! Farmers Protest
Opposition Meeting Bengaluru: Rahul Gandhi और Arvind Kejriwal का हुआ आमना-सामना, तस्वीर हुई Viral
Opposition Meeting Bengaluru: Rahul Gandhi और Arvind Kejriwal का हुआ आमना-सामना, तस्वीर हुई Viral
বান্টুং, ৰহদৈ, ৰমণী পঞ্চায়তত বাইক ৰেলী
হৰ ঘৰ ত্ৰিৰংগা , আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰমণী মণ্ডলৰ যুৱ মৰ্চাৰ উদ্যোগত নাজিৰা...
સિહોર શહેરમાં વિજયાદશમી ની ઉજવણી કરી
અ-ધર્મ ઉપર ધર્મના વિજયના પ્રતિક સમાન વિજયાદશમીના અવસરે શસ્ત્ર પૂજનનુ અનન્ય મહત્વ...
12GB तक रैम और 108MP ट्रिपल एआई कैमरे वाला तगड़ा स्मार्टफोन आज होगा लॉन्च
इनफिनिक्स अपने ग्राहकों के लिए आज यानी 5 अगस्त को एक नया फोन Infinix Note 40X 5G लॉन्च कर रहा है।...