টিংখাঙৰ বামুনবাৰী তিনিআলিত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মূল্যবৃদ্ধি ৰোধ কৰা, গাঁৱে গাঁৱে ধান ক্রয় কেন্দ্র স্থাপন কৰা, ন্যূনতম নিৰিখত কেঁচা চাহপাত মূল্য নির্ধাৰণ কৰা, চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ কেবিনেট সিদ্ধান্ত বাতিল কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিক সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । অতি শীঘ্ৰে উক্ত দাবী সমূহ সমাধান নকৰিলে এক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'Sandeshkhali का तूफान पूरे बंगाल में', Modi- महिलाओं को नहीं Shah Jahan Sheikh को बचा रहीं Mamta
'Sandeshkhali का तूफान पूरे बंगाल में', Modi- महिलाओं को नहीं Shah Jahan Sheikh को बचा रहीं Mamta
माजी आ.पृथ्वीराज साठे यांनी घेतली पीडित महिलेची भेट
केज (प्रतिनिधी) बलात्कार आणि अट्रॉसिटीच्या गुन्ह्यातील आरोपीला अटक करण्याच्या मागणीसाठी केज तहसील...
જુનાગઢ બામણગામ ખાતે વિજ્ઞાન જાથા દ્રારા પાંખડ નો કરવામાં આવ્યો પર્દાફાશ....
જુનાગઢ બામણગામ ખાતે વિજ્ઞાન જાથા દ્રારા પાંખડ નો કરવામાં આવ્યો પર્દાફાશ....