মৰাণহাটৰ নাট্যমন্দিৰত অসম চৰকাৰৰ দ্বাৰা ২৪৮ গৰাকী মলুঙলৈ এককালীন সাহাৰ্য্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। কেবিনে ট।মন্ত্ৰী যোগেন মহন সহ কেইবাগৰাকী বিধায়ক সাংসদ সহ এই অনুষ্ঠানত সহযোগ কৰে। মহন দেওধাই বাইলুং সন্মিলন অসম আৰু মহন -দেওধাই পণ্ডিত পৰিষদ অসমৰ উদ্যোগত চৰাইদেউ জিলাৰ মৰাণহাটৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰঁতএই বিশেষ সাহাৰ্য্যপ্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰী কালীন আঁচনিৰ অধীনত ৰাজ্যৰ মুঠ।২৪৮ গৰাকী মুলুঙক দহ হেজাৰ টকাকৈ এককালীন সাহাৰ্য্য আগবঢ়োৱা হয়।অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেটমন্ত্ৰী যোগেন মহনে। এই অনুষ্ঠানত মুখ্যমনন্ত্ৰী জনাৰ লগতে সাংসদ তপন কুমাৰ গগৈ পৱিত্ৰ মাৰ্ঘেৰিটা কামাখ্যা প্ৰসাদতাছা বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ ধৰ্মেশ্বৰ কোঁৱৰ সুশান্ত বৰগোঁহাই লগতে বহুসংখ্যক দলীয় কৰ্মকৰ্তা আৰু ৰাইজ উপস্থিত থাকে।অসম চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে মহন দেওধাই বাইলুং পৰিষদ অসম আৰু মহন দেওধাই পণ্ডিত পৰিষদেমৰাণহাটৰ নাট্যমন্দিৰত অসম চৰকাৰৰ দ্বাৰা ২৪৮ গৰাকী মলুঙলৈ এককালীন সাহাৰ্য্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। কেবিনে ট।মন্ত্ৰী যোগেন মহন সহ কেইবাগৰাকী বিধায়ক সাংসদ সহ এই অনুষ্ঠানত সহযোগ কৰে। মহন দেওধাই বাইলুং সন্মিলন অসম আৰু মহন -দেওধাই পণ্ডিত পৰিষদ অসমৰ উদ্যোগত চৰাইদেউ জিলাৰ মৰাণহাটৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰঁতএই বিশেষ সাহাৰ্য্যপ্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
POCO M6 Plus लॉन्च से पहले X पर हुआ टीज, 1 अगस्त को स्नैपड्रेगन 4 Gen 2 के साथ हो रही एंट्री
POCO M6 Plus स्मार्टफोन की लॉन्च डेट कन्फर्म हो चुकी है। इसे 1 अगस्त को भारत में लॉन्च किया जा...
SBI Card Share News: Fresh Buy का है सही वक्त? Futures Trade पर क्या कहा Expert ने? | Business News
SBI Card Share News: Fresh Buy का है सही वक्त? Futures Trade पर क्या कहा Expert ने? | Business News
নিশা চিকিৎসালয়ৰ আবাসীক গৃহত প্ৰৱেশ দুৰ্বৃত্তৰ! শুৱাপাতিৰ পৰা শিশু তুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ!
তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদৰ স্বাস্থ্যকৰ্মীৰ আবাসীক গৃহত আতংকময় পৰিবেশ ।। নিশা প্ৰায়...
બનાસકાંઠા જિલ્લાના મતદારોને ઉત્સાહપૂર્વક 100,ટકા મતદાન કરવા જીલ્લા ચૂંટણી અધિકારી અને કલેકટર શ્રી આનંદ પટેલ ની અપીલ
*બનાસકાંઠા જિલ્લાના મતદારોને ઉત્સાહપૂર્વક ૧૦૦ ટકા મતદાન કરવા જિલ્લા ચૂંટણી અધિકારી અને...