মৰাণহাটৰ নাট্যমন্দিৰত অসম চৰকাৰৰ দ্বাৰা ২৪৮ গৰাকী মলুঙলৈ এককালীন সাহাৰ্য্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। কেবিনে ট।মন্ত্ৰী যোগেন মহন সহ কেইবাগৰাকী বিধায়ক সাংসদ সহ এই অনুষ্ঠানত সহযোগ কৰে। মহন দেওধাই বাইলুং সন্মিলন অসম আৰু মহন -দেওধাই পণ্ডিত পৰিষদ অসমৰ উদ্যোগত চৰাইদেউ জিলাৰ মৰাণহাটৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰঁতএই বিশেষ সাহাৰ্য্যপ্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰী কালীন আঁচনিৰ অধীনত ৰাজ্যৰ মুঠ।২৪৮ গৰাকী মুলুঙক দহ হেজাৰ টকাকৈ এককালীন সাহাৰ্য্য আগবঢ়োৱা হয়।অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেটমন্ত্ৰী যোগেন মহনে। এই অনুষ্ঠানত মুখ্যমনন্ত্ৰী জনাৰ লগতে সাংসদ তপন কুমাৰ গগৈ পৱিত্ৰ মাৰ্ঘেৰিটা কামাখ্যা প্ৰসাদতাছা বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ ধৰ্মেশ্বৰ কোঁৱৰ সুশান্ত বৰগোঁহাই লগতে বহুসংখ্যক দলীয় কৰ্মকৰ্তা আৰু ৰাইজ উপস্থিত থাকে।অসম চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে মহন দেওধাই বাইলুং পৰিষদ অসম আৰু মহন দেওধাই পণ্ডিত পৰিষদেমৰাণহাটৰ নাট্যমন্দিৰত অসম চৰকাৰৰ দ্বাৰা ২৪৮ গৰাকী মলুঙলৈ এককালীন সাহাৰ্য্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। কেবিনে ট।মন্ত্ৰী যোগেন মহন সহ কেইবাগৰাকী বিধায়ক সাংসদ সহ এই অনুষ্ঠানত সহযোগ কৰে। মহন দেওধাই বাইলুং সন্মিলন অসম আৰু মহন -দেওধাই পণ্ডিত পৰিষদ অসমৰ উদ্যোগত চৰাইদেউ জিলাৰ মৰাণহাটৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰঁতএই বিশেষ সাহাৰ্য্যপ্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।