ডাঃ গাপেন্দ্র মাহেন দাসৰ শিৱম ক্ৰিয়েচনৰ প্ৰয়াজেনাত একাদিক্রমে ‘কেকটাচ' আৰু 'কানীন' নামৰ দুখন চলচ্চিত্ৰ নিৰ্মাণৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘অনুৰ' ছবিখন সম্প্ৰতি মুক্তিৰ বাবে সাজু হৈছে। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ - মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ কেনেদৰে অবদমন কৰি থাকিবলগীয়া হয় তাকেই মূল বিষয়বস্তু হিচাপে লৈ ছবিখনিৰ চিত্ৰনাট্য-সংলাপ লিখিছে পৰিচালক মঞ্জুল বৰুৱাই। চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ। সংগীত পৰিচালনা কৰিছে জনপ্রিয় শিল্পী তৰালী শৰ্মাই। ছাউণ্ড ডিজাইন কৰিছে অমৃত প্রীতমে। সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ । মেকআপ আর্টিষ্ট তীব্রজ্যোতি বৈৰাগী। ছবিখনি সম্পাদনা কৰিছে টুৱেনচাঙে। ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেবাজিৎ চাংমাইয়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। 'অনুৰ’ত অভিনয় কৰিছে ক্ৰমে— বলীউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰ, ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস, ড° জয়ন্ত দাস, আখ্যা জে. কাশ্যপ, ময়ূৰ জি. দাস, শ্রুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্রুপদ দাস, অঞ্জনাভ ৰাজখোৱা আদিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hyundai Creta N Line: धांसू फीचर्स, स्पोर्टी लुक!
Hyundai Creta N Line: धांसू फीचर्स, स्पोर्टी लुक!
‘PM Modi brought new dawn to Jammu Kashmir, People will vote for BJP’: Tarun Chugh
BJP National General Secretary Tarun Chugh, who also oversees the party’s activities in...
રિલાયન્સ જિયોએ 999 રૂપિયામાં 4G ફોન લૉન્ચ કર્યો:Jio સિનેમા પર ફ્રીમાં મૂવી જોઈ શકશો, 123 રૂપિયામાં 28 દિવસ ચાલશે
રિલાયન્સ જિયોએ 999 રૂપિયામાં જિયો ભારત 4G ફીચર ફોન લોન્ચ કર્યો છે. આ દ્વારા કંપની એવા ગ્રાહકોને...
૧૧૬ નડિયાદ વિધાનસભા પરિવારના અપેક્ષિત કાર્યકરોની અગત્યની ચૂંટણીલક્ષી બેઠક પીપળાતા ખાતે યોજાઇ
૧૧૬ નડિયાદ વિધાનસભા પરિવારના અપેક્ષિત કાર્યકરોની અગત્યની ચૂંટણીલક્ષી બેઠક પીપળાતા ખાતે યોજાઇ...