খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ বনৰীয়া হাতীৰ ৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ অঞ্চলটোৰ এক নং বৰদিকৰাই, খৃষ্টানবস্তি, আজাৰগুৰি, বৰদিকৰাই, বামুণিপামকে ধৰি একাধিক অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰপ বৃদ্ধি পাইছে ৷ নামেৰী বনাঞ্চলৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে অঞ্চলটোৰ কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ৷ কৃষকৰ খেতি নষ্ট কৰি অহাৰ লগতে অঞ্চলটোৰ বহুলোক বনৰীয়া হাতীৰ আক্ৰমনত মৃত্যু হৈছে ৷ যোৱা এটা দশকত কুৰিৰো অধিক লোক বনৰীয়া হাতীৰ গচকত মৃত্যু হোৱাৰ লগতে শতাধিক লোক ঘূনীয়া হৈছে ৷ বহুতৰে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে ৷ স্থানীয় কৃষক ৰাইজে অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
5 Best Things You Should Do Before Workout | Gain Muscle and Strength
5 Best Things You Should Do Before Workout | Gain Muscle and Strength
अब 15 जनवरी तक हो सकेंगे तबादले. 5 दिन बड़ी समय सीमा.
जयपुर. राज्य में अब तबादले 15 जनवरी तक हो सकेंगे. राज्य सरकार के प्रशासनिक सुधार और समन्वय...
এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মৰাণৰ সমীপৰ টিংখাং সমষ্টিৰ দুলীয়াবাম ব্লক গাঁও
বঞ্চনাই কোঙা কৰা এখন গাঁও । মন্ত্ৰী বিমল বড়া সমষ্টি টিংখাঙৰ কলৌলোৱা গাঁও পঞ্চায়তৰ...
বাইহাটাৰ এজন শাৰীৰিক ভাৱে বিশেষ সক্ষম ব্যক্তিৰ জীৱন গাথা
বাইহাটাৰ এজন শাৰীৰিক ভাৱে বিশেষ সক্ষম ব্যক্তিৰ জীৱন গাথা
थेट सरपंचपदासह, ग्रामपंचायत निवडणुकांची घोषणा, आचारसंहिता लागू
"राज्यातील १८ जिल्ह्यांतील ११६६ ग्रामपंचायतींच्या होणार निवडणुका"
थेट सरपंचपदासह, ग्रामपंचायत निवडणुकांची घोषणा, आचारसंहिता लागू
"राज्यातील १८ जिल्ह्यांतील ११६६...