খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ বনৰীয়া হাতীৰ ৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ অঞ্চলটোৰ এক নং বৰদিকৰাই, খৃষ্টানবস্তি, আজাৰগুৰি, বৰদিকৰাই, বামুণিপামকে ধৰি একাধিক অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰপ বৃদ্ধি পাইছে ৷ নামেৰী বনাঞ্চলৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে অঞ্চলটোৰ কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ৷ কৃষকৰ খেতি নষ্ট কৰি অহাৰ লগতে অঞ্চলটোৰ বহুলোক বনৰীয়া হাতীৰ আক্ৰমনত মৃত্যু হৈছে ৷ যোৱা এটা দশকত কুৰিৰো অধিক লোক বনৰীয়া হাতীৰ গচকত মৃত্যু হোৱাৰ লগতে শতাধিক লোক ঘূনীয়া হৈছে ৷ বহুতৰে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে ৷ স্থানীয় কৃষক ৰাইজে অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नवनिर्वाचित मेयर डॉक्टर मंगलेश श्रीवास्तव का हुआ अभिनंदन।
- कवि सम्मेलन वा सम्मान समारोह का हुआ आयोजन।
-साहित्यिक क्षेत्र में गोरखपुर शहर अपनी एक...
रामदास आठवलेंवर कारवाईची मागणी
औरंगाबाद : केंद्रीय मंत्री आठवले यांच्यावर कारवाईच्या मागणीचे रामदास आठवले यांनी ४ ऑक्टोबर रोजी...
মঙ্গলদৈত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।
Mangaldai - Yuba congress r pratibad মঙ্গলদৈত কংগ্ৰেছৰ প্ৰতিবাদ।
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ...