এছিয়াকাপ-২০২২ ৰ আজি দ্বিতীয় বাৰলৈ মুখামুখি হ'ব ভাৰত-পাকিস্তানঃ এছিয়া কাপ ক্ৰিকেট ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজত আজি দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব । যোৱা ২৮ আগষ্ট তাৰিখে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাডেজাৰ উজ্জীৱিত প্ৰদৰ্শনে মসৃণ কৰিছিল টীম ইণ্ডিয়াৰ বিজয়। ইতিমধ্যে দুয়োটা দলে SUPER-4 ত স্হান পাইছে। ইয়াৰ মাজতে ভাৰতীয় দলৰ বাবে এক দুঃখৱৰ ও আহে । আঘাতৰ বাবে মেচৰ পৰা বাদ পৰিল ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা। জাডেজাৰ স্থানত খেলিব অক্ষয় পেটেলে । আজি অনুষ্ঠিত হ’বলগীয়া খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મધ્યપ્રદેશના ચાંદપુર પોલીસ સ્ટેશનના ગુ.ર.નં .૨૪૬ / ૨૦૨૨ IPC કલમ ૩૦૨ ના કામના આરોપીને પકડતી પાડતી બાબરા પોલીસ
ગૌતમ પરમાર પોલીસ મહા નિરિક્ષક ભાવનગર વિભાગ ભાવનગર નાઓએ રેન્જના જીલ્લાઓમા તથા અન્ય રાજ્યના નાસતા...
મોહમ્મદ ઝુબેર અને પ્રતિક સિંહા નોબેલ શાંતિ પુરષ્કાર માટે નોમિનીની યાદીમાં સામેલ ભારતીય ફેક્ટ-ચેકર્સ.
નોબેલ પુરસ્કાર સપ્તાહ 2022 અંતર્ગત વિવિધ ક્ષેત્રોમાં મહત્વપૂર્ણ યોગદાન આપનાર લોકોને સન્માનિત...
વલભીપુર રામપુર રોડ ઉપર ટુ વ્હીલર ચાલકોને આઇસર ચાલકે ફંગોળીયા
વલભીપુર રામપુર રોડ ઉપર ટુ વ્હીલર ચાલકોને આઇસર ચાલકે ફંગોળીયા
Affordable Cars: 100 HP से ज्यादा पावर देने वाली 5 सबसे सस्ती गाड़ियां, कीमत सुनते ही बनेगा खरीदने का प्लान!
अपने इस लेख में हम आपके लिए ऐसी ही 5 कारों की लिस्ट लेकर आए हैं। ये गाड़ियां 100 एचपी से ज्यादा...