● দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত গ্ৰেপ্তাৰ হল ৩ ছেপ্টেম্বৰৰ দিনা কচুৱা থানাৰ আৰক্ষী উপ পৰিদৰ্শক অনুপ কাকতী । আৰক্ষীৰ সূত্ৰ অনুসৰি আচামিৰ পৰা গোচৰ মীমাংসা কৰি দিয়াৰ বিনিময়ত ধন দাবী কৰিছিল ধৃত আৰক্ষী উপ পৰিদৰ্শক অনুপ কাকতীয়ে । ভুক্তভোগী আচামিৰ পৰিয়ালে উক্ত বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ টেবুলত অভিযোগ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত ৩ ছেপ্টেম্বৰৰ সন্ধিয়া দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটি দলে ঘোচ লৈ থকা অৱস্থাত উপ পৰিদৰ্শক অনুপ কাকতীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ ખાતે નિ:શુલ્ક યોગ ટ્રેનર તાલીમ શિબિરનું આયોજન કરવામાં આવ્યું…
જુનાગઢ ખાતે નિ:શુલ્ક યોગ ટ્રેનર તાલીમ શિબિરનું આયોજન કરવામાં આવ્યું…
Xiaomi 14 Pro: गेमर्स के लिए शाओमी ला रहा सबसे तगड़ा स्मार्टफोन, AMOLED डिस्प्ले के साथ मिलेगी वायरलेस चार्जिंग
Xiaomi 14 Pro Design Leak रिपोर्ट की माने तो Xiaomi 14 सीरीज में तीन मॉडल- Xiaomi 14 Xiaomi 14...
শিৱসাগৰত অনু্ষ্ঠিত আলি-আঃয়ে-লৃগাং উদযাপনৰ ক্ষেত্ৰৰ উন্মোচণ কৰি আছুৰ কেন্দ্ৰীয় নেতা সমীৰণ ফুকনে চৰকাৰী বন্ধৰ দাবী তোলে
শিৱসাগৰত অনু্ষ্ঠিত আলি-আঃয়ে-লৃগাং উদযাপনৰ ক্ষেত্ৰৰ উন্মোচণ কৰি আছুৰ কেন্দ্ৰীয় নেতা সমীৰণ ফুকনে চৰকাৰী বন্ধৰ দাবী তোলে
শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ জনমিৰি বৰগাঁৱৰ উদ্যোগত সমূহ দিখৌমুখবাসী ৰাইজৰ সহযোগত জনমিৰি বৰগাঁৱত...
चित्तोड़गढ़ चोरी के प्रकरण मे फरार वांछित आरोपी गिरफ्तार टॉप टेन मे था चयनित आरोपी
चित्तौड़गढ़, 17 अगस्त। थाना बस्सी के टॉप टेन वांछित अपराधी की सूची में चयनित चोरी के मामले में फरार...
દિયોદરમાં જોરદાર વરસાદની એન્ટ્રી...
દિયોદરમાં જોરદાર વરસાદની એન્ટ્રી...