● দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত গ্ৰেপ্তাৰ হল ৩ ছেপ্টেম্বৰৰ দিনা কচুৱা থানাৰ আৰক্ষী উপ পৰিদৰ্শক অনুপ কাকতী । আৰক্ষীৰ সূত্ৰ অনুসৰি আচামিৰ পৰা গোচৰ মীমাংসা কৰি দিয়াৰ বিনিময়ত ধন দাবী কৰিছিল ধৃত আৰক্ষী উপ পৰিদৰ্শক অনুপ কাকতীয়ে । ভুক্তভোগী আচামিৰ পৰিয়ালে উক্ত বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ টেবুলত অভিযোগ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত ৩ ছেপ্টেম্বৰৰ সন্ধিয়া দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটি দলে ঘোচ লৈ থকা অৱস্থাত উপ পৰিদৰ্শক অনুপ কাকতীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત ખાતે ફરજ બજાવતા કાજલબેન વીરાભાઈ દયાતરે વિવિધ પાવર લીફ્ટીંગમાં મેડલ મેળવી સુરત પોલીસ નું ગૌરવ વધાર્યું
સુરત ખાતે ફરજ બજાવતા કાજલબેન વીરાભાઈ દયાતરે પાવર લીફ્ટીંગમાં નેશનલ મેડલ મેળવી સુરત પોલીસ નું ગૌરવ...
ડીસા નગરપાલિકાના બીજા ટર્મના પ્રમુખ-ઉપપ્રમુખની ચૂંટણી માટે સેન્સ લેવાયા
ડીસામાં નગરપાલિકામાં અઢી વર્ષની ટર્મ પુરી થતા નવા પ્રમુખ-ઉપપ્રમુખના પદ માટે ભાજપ દ્વારા...
मंत्री बेढ़म बोले- कांग्रेस सनातन विरोधी और भारत विरोधी:कहा- उदयपुर राजपरिवार देश के लिए सम्मानीय,दोनों पक्ष धैर्य रखें
कांग्रेस के ईवीएम की जगह बैलट पेपर से वोटिंग करवाने को लेकर यात्रा और अभियान शुरू करने की घोषणा...
छात्राओं को दिए सुरक्षा के टिप्स पुलिस अधीक्षक अजय पाल शर्मां।
जनपद जौनपुर में,छात्राओं को दिए सुरक्षा के टिप्स पुलिस अधीक्षक अजय पांल शर्मां।मालूम होकि जनपद...