গোলাঘাটৰ অঁকা আলীৰ পথটি দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ পৰা বাবে বহু সমস্যাৰ সন্মুখীন হয় আহিছে স্থানীয় ৰাইজ। দীৰ্ঘদিন ধৰি আৰক্ষী তথা জিলা প্ৰশাসনক এই সম্পৰ্কে অৱগত কৰা হৈছিল যদিও কোনো ধৰনৰ উচিত ব্যবস্থা নোলোৱা পিছত আজি স্থানীয় ৰাইজে হাতে হাতে জাকৈ লৈ ৰাজপথত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই পথটি মেৰামতি কৰাৰ দাবী জনায়। লগতে শীঘ্ৰেই এই ক্ষেত্ৰত কৰ্তৃপক্ষই যদি ব্যবস্থা নলয়। তেনেহলে এই পথচোৱা বন্ধ কৰিবলৈ বাধ্য হব স্থানীয় ৰাইজে বুলি হকিয়নি প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
घरेलू कंपनी ला रही डबल डिस्प्ले वाला फोन, पावरफुल फीचर्स के साथ 16 दिसंबर को होगी एंट्री
Lava Blaze Duo Launch लावा भारतीय मार्केट के लिए एक नए स्मार्टफोन पर काम कर रहा है। अमेजन...
Draupadi Murmu Birthday: सत्ताशीर्ष से अंतिम छोर पर बैठे आमजन तक समरसता का सेतु बनीं राष्ट्रपति मुर्मु
नई दिल्ली, सत्ताशीर्ष से देश के अंतिम छोर पर बैठे हुए आमजन तक जब भावना, समरसता और प्रेम का सेतु...
Christianity को भारत कौन लेकर आया? | Christmas | Tarikh E623
Christianity को भारत कौन लेकर आया? | Christmas | Tarikh E623
গোৱালপাৰাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱসৰ প্ৰস্তুতি
গোৱালপাৰাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱসৰ প্ৰস্তুতি